উপনিষদৰ দৰ্শন (Upanisadic Philosophy) | দ্বিতীয় অধ্যায় | Chapter 2 | BA 3rd – 4th Semester Philosophy (Major) Question and Answer Assamese Medium |

দ্বিতীয় অধ্যায়

উপনিষদৰ দৰ্শন

(Upanisadic Philosophy) 

 প্ৰশ্নাৱলী 

(Questions)

Answer the following question:

তলৰ প্ৰশ্নবোৰৰ  উত্তৰ দিয়াঃ

1. What is Veda?

বেদ কি? 

উত্তৰঃ 

2. What is the literal meaning of ‘Veda’? 

‘বেদ’ৰ আক্ষৰিক অর্থ কি? 

উত্তৰঃ 

3. How many Vedas are there? 

বেদ কেইখন আছে? 

উত্তৰঃ  

4. Which one is considered as the most oldest and fundamental Veda? 

কোনখন বেদক সবাতোকৈ প্ৰাচীন আৰু মৌলিক বুলি কোৱা হয়?

উত্তৰঃ   

5. How many parts are there in a Veda? 

বেদৰ কেইটাকৈ অংশ থাকে?

উত্তৰঃ   

6. Which part of the Vedas is called the ‘Vedanta’? 

বেদৰ কোনটো অংশক ‘বেদান্ত’ বুলি কোৱা হয়?

উত্তৰঃ   

7. What is the cream of Vedic philosophy? 

বৈদিক দৰ্শনৰ সাৰতত্ত্ব কি? 

উত্তৰঃ  

8. What does Veda mean? 

বেদ মানে কি?

উত্তৰঃ   

9. What is Upanisad? 

উপনিষদ কাক বোলে?

উত্তৰঃ   

10. What is the literal meaning of ‘Upanisad’? 

‘উপনিষদ’ৰ আক্ষৰিক অর্থ কি?

উত্তৰঃ 

11. What does Upanisad mean? 

উপনিষদ মানে কি?  

উত্তৰঃ  

12. State any two principal Upanisads. 

যিকোনো দুখন প্রধান উপনিষদৰ নাম লিখা।

উত্তৰঃ  

13. What does ‘Tat-tvam-asi’ mean? 

‘Tat-tvam asi’ বুলিলে কি বুজা?

উত্তৰঃ  

14. What is the literal meaning of ‘Bhagavadgita’? 

‘Bhagavadgita’- ৰ আক্ষৰিক অর্থ কি?

উত্তৰঃ  

15. What is samhita and what are its different types ? 

সংহতি৷ কি আৰু ইয়াৰ বিভিন্ন ভাগবোৰ কি কি?

উত্তৰঃ  

16. The Gita is particularly influenced by which two Upanisads? 

গীতা বিশেষকৈ কোনো দুখন উপনিষদৰ দ্বাৰা প্ৰভাবিত হৈছে? 

উত্তৰঃ  

17. What is the ultimate Reality according to Upanisad? 

উপনিষদৰ মতে, পৰমসত্তাটো কি?

উত্তৰঃ  

Board Questions:

ৰচনাধৰ্মী প্রশ্ন:

1. What is Veda? What are its different parts? Explain.  

বেদ কাক বোলে? বেদৰ বিভিন্ন ভাগ বা অংশসমূহ কি কি? ব্যাখ্যা কৰা।

উত্তৰঃ  

2. Explain Upanisadic Philosophy. 

উপনিষদিক দর্শন সম্পর্কে লিখা। 

উত্তৰঃ  

3. Explain the essential points of Upanisadic Philosophy. 

উপনিষদ দৰ্শনত গুৰুত্ব প্ৰদান কৰা বিষয়সমূহ বর্ণনা কৰা।

উত্তৰঃ  

4. ‘The Upanisads are rightly regarded as the fountain-head of all Indian philosophy’. Discuss.  

“উপনিষদসমূহক যথার্থতে সকলো ভাৰতীয় দৰ্শনৰ ভিত্তি বুলি গণ্য কৰা হয়।”  আলচ কৰা।

উত্তৰঃ  

5. Explain Upanisadic concept of Ultimate Reality or Brahman. 

উপনিষদৰ পৰমসত্তা বা ব্ৰহ্মৰ ধাৰণাটো ব্যাখ্যা কৰা। 

উত্তৰঃ  

6. What are the points Prof. R.D. Ranade pointed out in his great work. ‘A Constructive Survey of Upanisadic Philosophy’ about the doctrine of Upanisads? 

অধ্যাপক ৰাণাডে তেওঁৰ গ্ৰন্থ “A Constructive Survey of Upanisadic Philosophy’ত উপনিষদৰ মতবাদ সম্পৰ্কে কি কি কথা উল্লেখ কৰিছে?

উত্তৰঃ  

7. Write Short note on Atman of Upanisad. 

উপনিষদৰ আত্মাৰ ধাৰণাটোৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ  

8. Discuss the importance of Upanisads. 

উপনিষদৰ গুৰুত্ব আলোচনা কৰা।

উত্তৰঃ  

৯. What is Upanisads? Discuss why Upanisads are regarded as the source of Indian Philosophy. 

উপনিষদ কি? উপনিষদবোৰক কিয় ভাৰতীয় দৰ্শনৰ উৎস বুলি গণ্য কৰা হয় আলচ কৰা ।

উত্তৰঃ  

Question Type-Bhabesh Bora