এৰিষ্ট’টল | ARISTOTLE | Chapter 2 (খ) | BA 5th Sem Classical Political Philosophy Major Question and Answer Assamese Medium | BA 5th Sem Classical Political Philosophy Major Chapter 2 (খ) Solution Assamese Medium | BA 5th Sem Classical Political Philosophy Major Suggestion and Notes Assamese Medium | BA 5th Sem Classical Political Philosophy Major Book Solution | এৰিষ্ট’টল পাঠটো প্ৰশ্ন আৰু উত্তৰ |

Back

 Chapter 2 (খ)

এৰিষ্ট’টল 

ARISTOTLE

প্ৰশ্নাৱলী 

১। ৰাষ্ট্ৰ সম্পৰ্কে এৰিষ্ট টলৰ ধাৰণাক বিশ্লেষণ কৰা।  

উত্তৰঃ

২। ৰাষ্ট্ৰ প্ৰাকৃতিক অনুষ্ঠান আৰু ব্যক্তিতকৈ ইয়াৰ জন্ম আগত—ব্যাখ্যা কৰা। 

উত্তৰঃ

৩। “ৰাষ্ট্ৰ প্ৰাকৃতিক অনুষ্ঠান আৰু মানুহ প্ৰকৃততে ৰাজনৈতিক প্ৰাণী” –আলোচনা কৰা।  

উত্তৰঃ

৪। এৰিষ্ট টলৰ মতে ৰাষ্ট্ৰ ব্যৱস্থা কিয় চলি আছে? 

উত্তৰঃ

৫। এৰিষ্ট টলে কিয় ৰাষ্ট্ৰক সৰ্বশ্ৰেষ্ঠ সংস্থা হিচাবে অভিহিত কৰিছিল?  

উত্তৰঃ

৬। এৰিষ্ট টলে ৰাষ্ট্ৰক কিয় প্রাকৃতিক অনুষ্ঠান হিচাবে অভিহিত কৰিছে?  

উত্তৰঃ

৭। এৰিষ্ট টলে প্রতিষ্ঠা কৰা শিক্ষানুষ্ঠানখনৰ নাম কি আছিল?  

উত্তৰঃ

৮। এৰিষ্ট টলে প্লেটোৰ Academy-ৰ পৰা কিয় গুছি আহিছিল? 

৯। Arstotle was the student of ( এৰিষ্টটল কাৰ ছাত্ৰ আছিল?)  (শুদ্ধ উত্তৰটো বাছি উলিওৱা) 

 (i) চক্রেটিছ      (ii) প্লেটো      (iii) কার্ল মার্ক্স      (iv) জন লক  

১০। এৰিষ্ট’টলৰ নাগৰিকত্ব সম্পর্কে ধাৰণা আলোচনা কৰা। 

(Discuss critically Aristotle’s views on citizenship.) 

উত্তৰঃ

১১। প্লেটো আৰু এৰিষ্ট টলৰ নাগৰিকত্ব সম্পর্কে তুলনা কৰা।  

উত্তৰঃ

১২। এৰিষ্ট’টলৰ মতে কোন নাগৰিক নহয়? ভাল মানুহ আৰু ভাল নাগৰিকৰ মাজত কোনো পার্থক্য আছেনে?  

উত্তৰঃ

১৩। এৰিষ্ট টলৰ মতে নাগৰিক কোন? বর্তমান কালত নাগৰিকত্ব সম্পর্কে তেওঁৰ ধাৰণাটো কিমানদূৰ গ্ৰহণযোগ্য?  

উত্তৰঃ

১৪। এৰিষ্ট ‘টলৰ মতে কোন কোন শ্রেণীৰ লোক নাগৰিক নহয়। কৰিব পাৰি?  

উত্তৰঃ

১৫। এৰিষ্ট’টলৰ মতে কি ভিত্তিত নাগৰিকতৃক নির্ণয় কৰিব পাৰি ?

উত্তৰঃ

১৬। নাগৰিকৰ কি কি অহতা থকা উচিত?  

উত্তৰঃ

১৭। ভাল মানুহ আৰু ভাল নাগৰিকৰ মাজত প্রভেদ আছেনে? যুক্তি দৰ্শাই উত্তৰ দিয়া।  

উত্তৰঃ

১৮। এৰিষ্ট টলে দাস, মহিলা আৰু কাৰিকৰ শ্ৰেণীৰ লোকক কিয় নাগৰিক হিচাবে বিবেচনা কৰা নাছিল।

উত্তৰঃ  

১৯। এৰিউ টলৰ নাগৰিকত্বৰ ধাৰণাৰ চাৰিটা আসোঁৱাহ লিখা।  

উত্তৰঃ

২০। এৰিষ্ট টলৰ নাগৰিকত্বৰ ধাৰণা আৰু প্লেটোৰ নাগৰিকত্বৰ ধাৰণাৰ মাজৰ চাৰিটা প্রভেদ লিখা। 

উত্তৰঃ

২১। “এৰিষ্ট’টলৰ ধাৰণাত আদৰ্শ ৰাষ্ট্ৰখন সর্বদা প্লেটোৰ দ্বিতীয় উৎকৃষ্ট ৰাষ্ট্ৰ।”(চেবাইন)—এই বক্তব্যৰ আধাৰত  এৰিষ্ট টলৰ উৎকৃষ্ট ৰাষ্ট্ৰৰ মূল বৈশিষ্ট্যবোৰ বিচাৰ কৰা।  

উত্তৰঃ

২২। এৰিষ্ট ‘টলৰ উত্তম ৰাষ্ট্ৰ ধাৰণাটো আলোচনা কৰা। উত্তম ৰাষ্ট্ৰৰ মানুহৰ বিষয়ে এৰিষ্ট টলৰ ধাৰণা কি আছিল।  

উত্তৰঃ

২৩। এৰিষ্ট টলে কোনখন চৰকাৰক উত্তম চৰকাৰ হিচাবে বিবেচনা কৰিছিল।  

উত্তৰঃ

২৪। এৰিষ্ট টলৰ মতে ৰাষ্ট্ৰৰ জনসংখ্যা কিমান হোৱা উচিত। 

উত্তৰঃ

২৫। ৰাষ্ট্ৰ সাগৰৰ পৰা অলপ দূৰত অৱস্থিত হোৱাটোক এৰিষ্ট টলে কিয় সমর্থন কৰিছিল?  

উত্তৰঃ

২৬। ৰাষ্ট্ৰৰ জনসংখ্যাক এৰিষ্ট’টলে কেইটা শ্ৰেণীত ভাগ কৰিছিল আৰু এই শ্ৰেণী ভাগ কৰিছিল আৰু এই শ্ৰেণীকেইটা কি আছিল ? 

উত্তৰঃ 

২৭। এৰিষ্ট টলে তেওঁৰ শিক্ষা ব্যৱস্থাক কেইটা ভাগত ভাগ কৰিছিল?  

উত্তৰঃ

২৮। এৰিষ্ট’টলৰ আদৰ্শ ৰাষ্ট্ৰ আৰু প্লেটোৰ দ্বিতীয় উৎকৃষ্ট ৰাষ্ট্ৰৰ মাজৰ চাৰিটা সামঞ্জস্য উল্লেখ কৰা। 

উত্তৰঃ

২৯। ব্যক্তিগত সম্পত্তি সম্পর্কে এৰিষ্ট’টলৰ ধাৰণাক প্ৰকাশ কৰা।  

উত্তৰঃ

৩০। প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰ আৰু এৰিষ্ট’টলৰ আদৰ্শ ৰাষ্ট্ৰৰ মাজৰ চাৰিটা মিল উল্লেখ কৰা।  

উত্তৰঃ

৩১। প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰ আৰু এৰিষ্ট’টলৰ আদৰ্শ ৰাষ্ট্ৰৰ মাজত থকা চাৰিটা প্ৰভেদ উল্লেখ কৰা।  

উত্তৰঃ

৩২। এৰিষ্ট’টলৰ চৰকাৰৰ শ্ৰেণীবিভাজন সম্পর্কে সমালোচনামূলক পৰীক্ষা আগবঢ়োৱা। বৰ্তমান সময়ত ইয়াৰ প্রয়োগ কিমান?  

উত্তৰঃ

৩৩। এৰিষ্ট’টলৰ চৰকাৰৰ শ্ৰেণীবিভাজনৰ সমালোচনামূলক পৰীক্ষা আগবঢ়োৱা।  

উত্তৰঃ

৩৪। প্লেটোৰ চৰকাৰৰ শ্ৰেণীবিভাজন সম্পর্কে আলোচনা কৰা। (Discuss Plato’s classification of states.)

উত্তৰঃ

৩৫। প্লেটোই কি দুটা নীতিৰ ভিত্তিত চৰকাৰৰ শ্ৰেণীবিভাজনক সমৰ্থন কৰিছিল? 

উত্তৰঃ

৩৬। এৰিষ্ট’টলে কি দুটা নীতিৰ ভিত্তিত চৰকাৰৰ শ্ৰেণীবিভাজন কৰিছিল?  

উত্তৰঃ

৩৭। এৰিষ্ট’টলৰ সংবিধানৰ শ্ৰেণীবিভাজন আলোচনা কৰা।  

উত্তৰঃ

৩৮। কোন কোন শ্রেণীৰ চৰকাৰক এৰিষ্ট’টলে অস্বাভাৱিক চৰকাৰৰ শ্রেণীভুক্ত কৰিছিল? 

উত্তৰঃ

৩৯। কোন কোন শ্ৰেণীৰ চৰকাৰক এৰিষ্ট’টলে স্বাভাৱিক চৰকাৰৰ শ্রেণীভুক্ত কৰিছিল?  

উত্তৰঃ

80। Examine critically Aristotle’s classification of constitution.  

উত্তৰঃ

৪১। পলিটিক এৰিষ্ট’টলে কিয় উত্তম চৰকাৰ হিচাবে অভিহিত কৰিছিল ?  

উত্তৰঃ

৪২। এৰিষ্ট’টলৰ চৰকাৰৰ শ্ৰেণীবিভাজনৰ চাৰিটা আসোঁৱাহ উল্লেখ কৰা। 

উত্তৰঃ

৪৩। এৰিষ্ট টলৰ চৰকাৰৰ শ্ৰেণীবিভাজনৰ তাৎপৰ্য ব্যাখ্যা কৰা।  

উত্তৰঃ

৪৪। এৰিষ্ট’টলে চৰকাৰসমূহক কি কি ভাগত ভাগ কৰিছিল? তেওঁৰ মতে কোন ধৰণৰ চৰকাৰে জনসাধাৰণৰ উমৈহতীয়া স্বাৰ্থ ৰক্ষা কৰে? তেওঁৰ মতে গণতান্ত্রিক চৰকাৰৰ আসোঁৱাহ কি?  

উত্তৰঃ

৪৫। এৰিষ্ট’টলৰ বিপ্লৱ সম্পর্কে ধাৰণা আলোচনা কৰা। (Analyse Aristotle’s views on Revolution.)  

উত্তৰঃ

৪৬। প্লেটো আৰু এৰিষ্ট’টলৰ বিপ্লৱৰ সংজ্ঞাৰ ব্যাখ্যা দিয়া আৰু আলোচনা কৰা। 

উত্তৰঃ

৪৭। এৰিষ্ট ‘টলৰ মতে বিপ্লৱৰ সাধাৰণ কাৰণবোৰ কি কি? তেওঁ কি কি প্রতিবিধানৰ পৰামৰ্শ দিছে?  

উত্তৰঃ

৪৮। এৰিষ্ট টলে উল্লেখ কৰা মতে বিপ্লৱৰ কাৰণসমূহ লিখা।  

উত্তৰঃ

৪৯। প্লেটোৰ বিপ্লৱ সম্পর্কে ধাৰণাৰ ব্যাখ্যা কৰা। (Examine Plato’s views on Revolution.)  

উত্তৰঃ

৫০। বিপ্লৱ প্ৰতিৰোধৰ বাবে এৰিষ্ট টলে আগবঢ়োৱা পৰামৰ্শ বিশ্লেষণ কৰা।  

উত্তৰঃ

৫১। বিপ্লৱ কাক বোলে? বিপ্লৱৰ কাৰণবোৰ কি কি?  

উত্তৰঃ

৫২। বিপ্লৱৰ কাৰণবোৰ আৰু এৰিষ্ট’টলে দিয়া সমাধানবোৰ ব্যাখ্যা কৰা।  

উত্তৰঃ

৫৩। প্লেটোৰ বিপ্লৱৰ ধাৰণাৰ বিৰুদ্ধে এৰিষ্ট’টলে আগবঢ়োৱা চাৰিটা যুক্তি দিয়া।  

উত্তৰঃ

৫৪। What according to Aristotle are the particular causes of revolution ?  

উত্তৰঃ

৫৫। এৰিষ্ট’টলৰ মতে বিপ্লৱ কাক বোলে?  

উত্তৰঃ

৫৬। এৰিষ্ট টলৰ মতে বিপ্লৱৰ দুটা বিশেষ কাৰণ উল্লেখ কৰা।

উত্তৰঃ

৫৭। এৰিষ্ট’টলে বিপ্লৱৰ কাৰণক কেইটা ভাগত ভাগ কৰিছিল?  

উত্তৰঃ

৫৮। এৰিষ্ট ‘টলে সমতাক কি দুটা ভাগত ভাগ কৰিছিল?  

উত্তৰঃ

৫৯। সমতাৰ দাবীক কিয় বিপ্লৱৰ কাৰণ হিচাবে এৰিষ্ট’টলে উল্লেখ কৰিছিল? 

উত্তৰঃ

৬০। বিপ্লৱ প্ৰতিৰোধৰ কাৰণে এৰিষ্ট’টলে আগবঢ়োৱা চাৰিটা পৰামৰ্শ লিখা।  

উত্তৰঃ

৬১। দাসত্ব সম্পর্কে এৰিষ্ট’টলৰ ধাৰণাৰ বিচাৰ কৰা।  

উত্তৰঃ

৬২। দাসত্ব সম্পর্কে এৰিষ্ট’টলৰ দৃষ্টিভঙ্গী আলোচনা কৰা। (Discuss Aristotle’s views on slavery.)  

উত্তৰঃ

৬৩। দাসত্ব সম্পর্কে এৰিষ্ট’টলৰ ধাৰণাৰ বিৱৰণ দিয়া আৰু তেওঁ কেনেকৈ ইয়াক সমৰ্থন কৰিছিল দেখুওৱা। 

উত্তৰঃ 

৬৪। কি কি ভিত্তিত এৰিষ্ট’টলে দাসত্ব প্ৰথাক সমৰ্থন কৰিছিল? দাসত্ব প্ৰথাৰ সংস্কাৰ সম্বন্ধে তেওঁৰ নিৰ্দেশবোৰ কি কি?  

উত্তৰঃ

৬৫। দাসত্ব প্ৰথাৰ প্ৰতি এৰিষ্ট’টলৰ সমৰ্থন চৰ্তবিহীন আছিল নে? তেওঁক দাসত্ব প্ৰথাৰ সংস্কাৰক বুলি ক’ব পাৰিনে? যুক্তি সহকাৰে উত্তৰ দিয়া।  

উত্তৰঃ

৬৬। কি কি ভিত্তিত এৰিষ্ট’টলে দাসত্ব প্ৰথাক সমর্থন কৰিছিল? এই ভিত্তিবোৰ যুক্তিসংগতনে?  

উত্তৰঃ

৬৭। দাসত্ব প্ৰথাৰ সমৰ্থনত এৰিষ্ট’টলৰ যুক্তিবোৰ আলোচনা কৰা। তেওঁক দাসত্ব প্ৰথাৰ সংস্কাৰক বুলিব পাৰিনে?  

উত্তৰঃ

৬৮। এৰিষ্ট’টলৰ দাসত্ব তত্ত্বটো ব্যাখ্যা কৰা। তেওঁ দাসত্বৰ সংস্কাৰক আছিল নে? যুক্তি প্ৰদৰ্শন কৰা।

উত্তৰঃ  

৬৯। এৰিষ্ট’ৰ্টলৰ মতে দাস কাক বোলে?  

উত্তৰঃ

৭০। এৰিষ্ট’টলে দাসক কেইটা শ্ৰেণীত ভাগ কৰিছে?

উত্তৰঃ

৭১। প্রাকৃতিক দাস কাক বোলে?  

উত্তৰঃ

৭২। বিধিগত দাস কাক বোলে? 

উত্তৰঃ

৭৩। প্রাকৃতিক দাস আৰু বিধিগত দাসৰ মাজত চাৰিটা প্ৰভেদ উল্লেখ কৰা।  

উত্তৰঃ

৭৪। কি কি যুক্তিৰ ভিত্তিত এৰিষ্ট’টলে দাসত্ব প্ৰথাৰ প্ৰতি সমর্থন জনাইছিল? 

উত্তৰঃ

৭৫। দাস প্রথা কিয় দাসসকলৰ কাৰণে প্ৰয়োজনীয়?  

উত্তৰঃ

৭৬। এৰিষ্ট টলৰ মতে কামৰ সঁজুলি আৰু উৎপাদনৰ আহিলাৰ মাজত প্ৰভেদ কি? 

উত্তৰঃ

৭৭। এৰিষ্ট’টলৰ দাসত্ব প্ৰথাৰ বিৰুদ্ধে চাৰিটা যুক্তি আগবঢ়োৱা।  

উত্তৰঃ

৭৮। এৰিষ্ট ‘টলক কিয় দাসত্ব প্ৰথাৰ সংস্কাৰক হিচাবে বিবেচনা কৰা হয়? 

উত্তৰঃ

৭৯। গণতন্ত্র সম্পর্কে এৰিষ্ট’ৰ্টলৰ ধাৰণাৰ বিচাৰ কৰা। তেওঁক গণতন্ত্ৰৰ সমৰ্থক বুলিব পাৰিনে?  

উত্তৰঃ

৮০। গণতন্ত্ৰৰ ভেঁটিবোৰ ব্যাখ্যা কৰা। এৰিষ্ট’ৰ্টলৰ উল্লেখ কৰা গণতন্ত্ৰৰ বিভিন্ন শ্রেণীবোৰ কি কি? 

উত্তৰঃ

৮১। এৰিষ্ট টলৰ গণতন্ত্ৰৰ ধাৰণাটো ব্যাখ্যা কৰা। (Explain Aristotle’s concept of Democracy.)  

উত্তৰঃ

৮২। এৰিষ্ট টলে গণতন্ত্রক কিয় অস্বাভাৱিক চৰকাৰ হিচাবে অভিহিত কৰিছিল? 

উত্তৰঃ

৮৩। গণতন্ত্ৰৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।  

উত্তৰঃ

৮৪। এৰিষ্ট টলে গণতন্ত্রক কেইটা ভাগত ভাগ কৰিছিল?  

উত্তৰঃ

৮৫। কৃষকৰ গণতন্ত্রক এৰিষ্ট ‘টলে কিয় উত্তম গণতন্ত্র হিচাবে অভিহিত কৰিছিল?

উত্তৰঃ

৮৬। চৰম গণতন্ত্রক এৰিষ্ট’টলে কিয় নিম্ন পৰ্যায়ৰ গণতন্ত্র হিচাবে বিবেচনা কৰিছিল? 

উত্তৰঃ

 ৮৭। এৰিষ্ট’টলক গণতন্ত্ৰৰ সমৰ্থক বুলি ক’ব পাৰিনে? যুক্তি দৰ্শাই উত্তৰ দিয়া। 

উত্তৰঃ

 ৮৮। কি কি চৰ্তৰ ভিত্তিত এৰিষ্ট’টলে গণতন্ত্ৰৰ প্ৰতি সমর্থন জনাইছিল? 

উত্তৰঃ

৮৯। এৰিষ্ট টলৰ মতে গণতন্ত্র উৎকৃষ্ট/নিকৃষ্ট চৰকাৰ।  

উত্তৰঃ

৯০। এৰিষ্টটলে কিয় মধ্যমপন্থাক সমর্থন কৰিছিল? 

উত্তৰঃ

৯১। এৰিষ্ট’টল আৰু প্লেটোৰ মাজত মিল আৰু অমিল সম্পর্কে আলোচনা কৰা।  

উত্তৰঃ

৯২। প্লেটো আৰু এৰিষ্টটলৰ ৰাজনৈতিক দৰ্শনৰ তুলনামূলক আলোচনা কৰা।  

উত্তৰঃ

৯৩। প্লেটো আছিল আদর্শবাদী আৰু এৰিষ্ট’টল আছিল বাস্তৱবাদী— আলোচনা কৰা।  

উত্তৰঃ

৯৪। এৰিষ্ট’টলৰ ৰাজনৈতিক দর্শনৰ গুৰুত্ব আলোচনা কৰা।  

উত্তৰঃ

৯৫। What are the points of agreement between Plato and Aristotle?

উত্তৰঃ 

৯৬। প্লেটো আৰু এৰিষ্ট’টলৰ চিন্তাধাৰাৰ মাজত থকা চাৰিটা সাদৃশ্য উল্লেখ কৰা।  

উত্তৰঃ

৯৭। প্লেটো আৰু এৰিষ্ট ‘টলৰ চিন্তাধাৰাৰ মাজত থকা চাৰিটা বৈসাদৃশ্য উল্লেখ কৰা।  

উত্তৰঃ

৯৮। মহিলাৰ মৰ্যাদা সম্পৰ্কত প্লেটো আৰু এৰিষ্ট টলৰ চিন্তাধাৰাৰ মাজত থকা প্ৰভেদ উল্লেখ কৰা। 

উত্তৰঃ

৯৯। এৰিষ্ট টলৰ চিন্তাধাৰাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।  

উত্তৰঃ

১০০। এৰিষ্ট’টলক কিয় উপযোগিতাবাদৰ পৃষ্ঠপোষক হিচাবে অভিহিত কৰা হয়? 

উত্তৰঃ

১০১। ব্যক্তিগত সম্পত্তিৰ প্ৰতি থকা এৰিষ্ট’টলৰ ধাৰণা আভাস দিয়া ।

উত্তৰঃ

১০২। এৰিষ্ট’টলক কিয় ক্ষমতাৰ পৃথকীকৰণ, নিয়ন্ত্ৰণ আৰু ভাৰসাম্য নীতিৰ পৃষ্ঠপোষক বোলা হয় ? 

উত্তৰঃ

১০৩। পৰিয়ালৰ সাম্যবাদক সমৰ্থন কৰিছিল ______ ছক্ৰেটিছে/ প্লেটোই/ এৰিষ্ট’টলে ।

উত্তৰঃ

১০৪। সম্পত্তিৰ সাম্যবাদক সমৰ্থন কৰিছিল ___প্লেটোই/ এৰিষ্ট’টলে / চলোনে । 

উত্তৰঃ

১০৫। জ্ঞানৰ সাৰ্বভৌমত্বৰ ওপৰত গুৰুত্ব দিছিল _____ ছক্ৰেটিছে / প্লেটোই / এৰিষ্ট’টলে ।

উত্তৰঃ

১০৬। দাৰ্শনিক ৰজাৰ শাসনৰ ওপৰত গুৰুত্ব দিছিল ______ প্লেটোই / এৰিষ্ট’টলে / ছক্ৰেটিছে । 

উত্তৰঃ

Type: Krishna Bora