‘কাকিনী তামোল’ শব্দৰ অৰ্থ কি ?

উত্তৰ ‘কাকিনী তামোল’ শব্দৰ অৰ্থ হৈছে বৰ ওখ তামোল গছ ।