কুৰুক্ষেত্ৰৰ যুদ্ধত ভীমৰ হাতত প্ৰাণ ত্যাগ কৰা দুৰ্যোধনৰ ভাতৃ বাৰজনৰ নাম উল্লেখ কৰা?

উত্তৰঃ কুৰুক্ষেত্ৰৰ যুদ্ধত ভীমৰ হাতত প্ৰাণ ত্যাগ কৰা দুৰ্যোধনৰ বাৰজন ভাতৃৰ নাম হ’ল – দুৰ্মৰ্ষ, দুঃসহ, দুৰ্মত, দুৰ্দ্ধৰ জয়, চিত্ৰ, উপচিত্ৰ, চিত্ৰাক্ষ, চাৰুচিত্ৰ, সুৰসেন, চিত্ৰায়ুধ আৰু চিত্ৰবৰ্মন।