কেলছিয়াম,ষ্ট্ৰনছিয়াম আৰু বেৰিয়ামক কিয় মৃত্তিকাক্ষাৰ বুলি কোৱা হয় ?

কেলচিয়াম,ষ্ট্ৰনছিয়াম আৰু বেৰিয়াম উপাদানবোৰক ক্ষাৰীয় পৃথিৱী ধাতু হিচাপে নামাকৰণ কৰা হয় কিয়নো, এই উপাদানবোৰৰ অক্সাইডে পানীত দ্ৰৱীভূত হ’লে মৌলিক ক্ষাৰীয় দ্ৰৱণ প্ৰদান কৰে। এই উপাদানবোৰ পৃথিৱীৰ ভূত্বকত পোৱা যায়, এইকাৰণেই সেইবোৰক মৃত্তিকাক্ষাৰ বুলি কোৱা হয়।