ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় বিধানমণ্ডল (Federal Assembly of Switzerland) | তৃতীয় পৰিচ্ছেদ | Lesson 3 | Class B.A 6th Sem Political Science (Major) 2 Assamese Medium | Suggestion And Notes B.A 6th Sem Political Science (Major) 2, | ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় বিধানমণ্ডল (Fedearl Assembly of Switzerland) পাঠৰ প্ৰশ্ন উত্তৰ |

তৃতীয় পৰিচ্ছেদ

ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় বিধানমণ্ডল 

(Federal Assembly of Switzerland)

প্ৰশ্নাৱলী

১। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় বিধানমণ্ডলৰ ক্ষমতা আৰু কাৰ্যবোৰ কি কি?

What are the powers and functions of the Swiss Federal Legislature? 

Answer: 

২। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় বিধানমণ্ডলৰ গঠন আৰু কার্যাৱলী আলােচনা কৰা।

 Discuss the composition and functions of the Federal Assembly of Switzerland. 

Answer: 

৩। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় বিধানমণ্ডলৰ কার্যাৱলী আৰু পদমর্যাদা ব্যাখ্যা কৰা। 

Explain the functions and Constitutional position of the Swiss Federal Assembly. 

Answer: 

৪। ছুইজাৰলেণ্ডৰ ৰাজ্য পৰিষদৰ গঠন আৰু ক্ষমতা আলােচনা কৰা। 

Discuss the composition and powers of the Swiss Council of the State. 

Answer: 

৫। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় বিধানমণ্ডলৰ দুয়ােখন সদনৰ মাজৰ সম্পর্ক বিচাৰ কৰা। 

Examine the relations between the two Houses of the Swiss Federal Assembly.

Answer: 

৬। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকলক কেই বছৰীয়া কার্যকালৰ বাবে নির্বাচিত কৰা হয় ?

Switzerland , the members of the Federal Council are elected for a period of how many years ? 

Answer: 

৭। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্রীয় সভাৰ দুটা প্রশাসনিক ক্ষমতা উল্লেখ কৰা । 

Mention two executive powers of Swiss Federal Assembly.

Answer: 

৮। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় বিধানমণ্ডলৰ জাতীয় পৰিষদৰ কার্যকাল কিমান ? 

What is the term of the National Council of Swiss Federal Assembly? 

Answer: 

৯। ছুইজালেণ্ডৰ যুক্তৰাষ্ট্রীয় কার্যপালিকাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

Mention two characteristics of the Federal Executive of Switzerland.

Answer: 

১০। ছুইজাৰলেণ্ডত কোনটো দিনক ৰাষ্ট্ৰীয় দিবস হিচাবে অভিহিত কৰা হয়? 

Which day is regarded as the National Day in Switzerland?) 

Answer: 

১১। ছুইজাৰলেণ্ডৰ নিম্ন সদন হৈছে ________।  

The Lower House of Switzerland is __________ (Fill in the blank)

Answer: 

১২। ছুইজাৰলেণ্ডৰ ৰাজ্য পৰিষদৰ মুঠ সদস্য সংখ্যা হ’ল-

The total membership of the Council of the States in Switzerland is-

(i) 40                   (ii) 44                      (iii) 48                       (iv) 52 

Answer: 

Type : Priyam Jyoti Patar