তৰ্কবিদ্যাৰ স্বৰূপ (Nature Of Logic) | Chapter 1 |GU 1st Sem Philosophy Question Answer Assamese Medium | B.A 1st Sem Philosophy Solutions Assamese Medium | Gauhati University B.A 1st Sem Philosophy Notes And Suggestion Assamese Medium | Gauhati University TDC 4th Sem Philosophy Solutions Assamese Medium | GU 4th Semester Honours Philosophy solutions Assamese Medium |

Chapter: 1

তৰ্কবিদ্যাৰ স্বৰূপ

(Nature of Logic)

অনুশীলনী 

চমু প্ৰশ্নঃ

1. What is the etymological meaning of the word ‘logic’?

তৰ্কবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ ‘logic’ ৰ ব্যুৎপত্তিগত অৰ্থ কি? 

উত্তৰঃ

2. The word ‘Logos’ means ——-.

‘Logos’ শব্দৰ অৰ্থ হ’ল————– ।

উত্তৰঃ

3. Is it true that ‘Logos’ means ‘thought as expressed in language’?

‘Logos’ শব্দৰ অৰ্থ হৈছে ‘ভাষাত প্ৰকাশিত চিন্তা’ ।কথাষাৰ সঁচা নে?

উত্তৰঃ

4. “Logicians are not interested in the actual process of reasoning, but rather with the correctness of the Completed reasoning process.” Do you consider it to be true?

“তৰ্কবিজ্ঞানীসকলে যুক্তিৰ প্ৰকৃত প্ৰক্ৰিয়াৰ পৰিৱৰ্তে যুক্তিৰ শুদ্ধতাৰ প্ৰতি বেছি গুৰুত্ব আৰোপ কৰিছে।“ এইটো সত্য নে?

 উত্তৰঃ

5. What is the ideal of logic? (তৰ্কবিজ্ঞানৰ আদৰ্শ কি?) 

উত্তৰঃ

6. Is logic useful for correct thinking? (তৰ্কবিজ্ঞান শুদ্ধ চিন্তাৰ উপযোগী নে?) 

উত্তৰঃ

7. Logic is concerned with direct/ Indirect knowledge. (তৰ্কবিজ্ঞান প্ৰত্যক্ষ/ প্ৰৰোক্ষ জ্ঞানৰ লগত) জড়িত।

উত্তৰঃ

8. State the name of the logician who is associated with the statement “The study of logic, then, is the study of the methods and principles used in distinguishing correct (good) from incorrect (bad) arguments.”

“তৰ্কবিজ্ঞান হ’ল শুদ্ধ বা বৈধ যুক্তিক অশুদ্ধ বা অবৈধ যুক্তিৰ পৰা পৃথক কৰাৰ পদ্ধতি আৰু নিয়মাৱলী সম্পৰ্কীয় অধ্যয়ন”।এই উক্তিটোৰ লগত জড়িত তৰ্কবিজ্ঞানীজনৰ নাম লিখা।

উত্তৰঃ

9 .Logic is the study study of thought/beauty/wealth.

তৰ্কবিজ্ঞান হৈছে চিন্তা/সৌন্দৰ্য/সম্পদ সম্পৰ্কীয় অধ্যয়ন। 

উত্তৰঃ

10. Logic is concerned with formal truth/material truth/both formal and material truth.

তৰ্কবিজ্ঞান আকাৰগত সত্য/আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্যৰ লগত জড়িত।

উত্তৰঃ

11. Logic is a positive science/normative science/none.

তৰ্কবিজ্ঞান হৈছে বিষয়নিষ্ঠ বিজ্ঞান/আদৰ্শনিষ্ঠ বিজ্ঞান/কোনোটোৱেই নহয়। 

উত্তৰঃ

১২.Give an example of normative science. (‘আদৰ্শনিষ্ঠ বিজ্ঞানৰ এটা উদাহৰণ দিয়া।) 

উত্তৰঃ

13. “The logician is not concerned with the process of inference. But with the propositions that are the Initial and end points of that process, and the relationship between them.” Do you consider it to be True?

“তৰ্কবিদ এজন অনুমান প্ৰক্ৰিয়াৰ লগত জড়িত নহয়; বৰং এই প্ৰক্ৰিয়াৰ লগত  জড়িত বচনৰ আৰম্ভণি আৰু শেষ প্ৰক্ৰিয়া আৰু বচনবোৰৰ নগত থকা পাৰম্পৰিক সম্পৰ্কৰ লগত জড়িত।“ এইটো তুমি সত্য বুলি বিবেচনা কৰা নে?

উত্তৰঃ

14. Is logic normative? (তৰ্কবিজ্ঞান আদৰ্শনিষ্ঠ নে?) 

উত্তৰঃ

15. Logic provides methods and criteria for differentiating correct reasoning from incorrect ones. Is it true?

তৰ্কবিজ্ঞান হ’ল বৈধ বা শুদ্ধ যুক্তিক অবৈধ বা অশুদ্ধ যুক্তিৰ পৰা পৃথক কৰাৰ পদ্ধতি আৰু নিয়মাৱলীৰ বিজ্ঞান।এইটো সত্য নে?

উত্তৰঃ

16. Logic is a formal science/material science/both/none.

(তৰ্কবিজ্ঞান হ’ল আকাৰনিষ্ঠ বিজ্ঞান/বস্তুনিষ্ঠ বিজ্ঞান/উভয়ে/এটাও নহয়।)

উত্তৰঃ

17. Is logic an art or science?

তৰ্কবিজ্ঞান কলা নে বিজ্ঞান? 

উত্তৰঃ

Define/Answer briefly:  (সংজ্ঞা/উত্তৰ দিয়াঃ)

1. Formal truth/আকাৰগত সত্যতা 

উত্তৰঃ

2. Material truth/ বস্তুগত সত্যতা 

উত্তৰঃ

3. What is positive science? (বিষয়নিষ্ঠ বিজ্ঞান কাক বোলে?)

উত্তৰঃ

4. What is the normative science? (আদৰ্শনিষ্ঠ বিজ্ঞান কাক বোলে?)

উত্তৰঃ

5. What are the fundamental laws of thoughts? (চিন্তাৰ মৌলিক সূত্ৰবোৰ কি কি?)

উত্তৰঃ

6. State I.M Copi’s definition of Logic. (কপিৰ তৰ্কবিজ্ঞানৰ সংজ্ঞাটো উল্লেখ কৰা।)

উত্তৰঃ

7. What is formal logic? (আকাৰনিষ্ঠ তৰ্কবিজ্ঞান কাক বোলে?)

উত্তৰঃ

8. What is material logic? (বস্তুনিষ্ঠ তৰ্কবিজ্ঞান কাক বোলে?)

উত্তৰঃ

Broad Questions: (ৰচনাধৰ্মী প্ৰশ্নঃ)

1. What is logic? Explain the nature of logic.

(তৰ্কবিজ্ঞানৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা।) 

উত্তৰঃ

2. What is logic? Does the study of logic help one to distinguish valid and invalid arguments? Explain.

তৰ্কবিজ্ঞান কাক বোলে?তৰ্কবিজ্ঞানৰ অধ্যয়নে বৈধ আৰু অবৈধ যুক্তিৰ মাজত পাৰ্থক্য কৰাত সহায় কৰে নে? ব্যাখ্যা কৰা।

উত্তৰঃ

3. What is the subject matter of logic? Explain the utility of the study of logic.

‘তৰ্কবিজ্ঞানৰ আলোচ্য বিষয়বস্তু কি? তৰ্কবিজ্ঞান অধ্যয়নৰ উপযোগিতা সম্বন্ধে ব্যাখ্যা কৰা। 

উত্তৰঃ

4. “Logic is the study of methods and principles used to distinguish between correct (good) and incorrect  (bad) argument.” (I.M. Copi) Explain.

“তৰ্কবিজ্ঞান বৈধ আৰু অবৈধ যুক্তিৰ পৃথকীকৰণৰ বাবে ব্যৱহৃত নীতি আৰু কাৰিকৰী কৌশলৰ অধ্যয়ন।“ (আই.এম.কপি) আলোচনা কৰা।

উত্তৰঃ

5. Write a short note on ‘logic as both a science and an art.’

তৰ্কবিজ্ঞান বিজ্ঞান আৰু কলা’ ইয়াৰ ওপৰত এটি টোকা লিখা। 

উত্তৰঃ

6. Distinguish between positive science and normative science. What is the ideal logic as a normative Science.

বিষয়নিষ্ঠ বিজ্ঞান আৰু আদৰ্শনিষ্ঠ বিজ্ঞানৰ মাজত পাৰ্থক্য দেখুওৱা। আদৰ্শনিষ্ঠ বিজ্ঞান হিচাপে তৰ্কবিজ্ঞানৰ আদৰ্শ কি?

উত্তৰঃ

7. Distinguish between science and arts.

বিজ্ঞান আৰু কলাৰ  মাজত পাৰ্থক্য দেখুওৱা। 

উত্তৰঃ

8. What do you mean by laws of thought? What are the laws of thoughts? Explain.

চিন্তাৰ মৌলিক সূত্ৰ বুলিলে কি বুজা? চিন্তাৰ মৌলিক সূত্ৰবোৰ কি কি? ব্যাখ্যা কৰা।

উত্তৰঃ 

Type: Parishmita Hazarika