ধৰ্মীয় ভাষাৰ প্ৰতীকাত্মক স্বৰূপ | BA 4th Sem Philosophy Major & BA 6th Sem Philosophy General Chapter 7 Solution Assamese Medium | GU BA 4th Sem Philosophy Major & BA 6th Sem Philosophy General Suggestion and Notes Assamese Medium | GU BA 4th Sem Philosophy Major & BA 6th Sem Philosophy General Book Solution | ধৰ্মীয় ভাষাৰ প্ৰতীকাত্মক স্বৰূপ পাঠটো প্ৰশ্ন আৰু উত্তৰ |

Chapter 7 

ধৰ্মীয় ভাষাৰ প্ৰতীকাত্মক স্বৰূপ

Symbolic Nature of Religious Language

প্ৰশ্নাৱলী 

1. What is religious language? Explain the nature of religious language. 

ধৰ্মীয় ভাষা কি? ধৰ্মীয় ভাষাৰ স্বৰূপ ব্যাখ্যা কৰা। 

উত্তৰঃ 

2. What are the peculiarity language? Explain after john hick. 

ধৰ্মীয় ভাষাৰ স্বতন্ত্ৰ বিশেষত্ববোৰ কি কি? জন হিকক অনুসৰণ কৰি আলোচনা কৰা । 

উত্তৰঃ 

3. Discuss the symbolic nature of religious language after Paul Tillich. 

পল তিলিকক অনুসৰণ কৰি ধৰ্মীয় ভাষাৰ প্ৰতীকাত্মক স্বৰূপ আলোচনা কৰা। 

উত্তৰঃ 

4. Explain the symbolic nature of religious language after Randal. 

ৰাণ্ডলক অনুসৰণ কৰি ধৰ্মীয় ভাষাৰ প্ৰতীকাত্মক স্বৰূপ ব্যাখ্যা কৰা । 

উত্তৰঃ 

5. What is symbolic according to Tillich? Distinguish between sign and symbol. 

তিলিকৰ মতে প্ৰতীক কি? চিহ্ন আৰু প্ৰতীকৰ পাৰ্থক্য নিৰ্ণয় কৰা। 

উত্তৰঃ 

7. What are the characteristics of religious symbol , according to Randal ? Discuss . 

ৰাণ্ডলৰ মতে ধর্মীয় প্রতীকৰ বৈশিষ্ট্যসমূহ কি কি ? আলোচনা কৰা । 

উত্তৰঃ

9. Explain Randal’s non – cognitivist theory of religious language.

ৰাণ্ডলৰ ধৰ্মীয় ভাষা সম্পৰ্কীয় অ – জ্ঞানাত্মক মতবাদটো আলোচনা কৰা । 

উত্তৰঃ

10. Examine if religious language is symbolic in nature . 

ধর্মীয় ভাষা প্রতীকাত্মক হয় নে নহয় তাক পৰীক্ষা কৰা । 

উত্তৰঃ

11. ” Religious statements are symbolic . ” Explain and examine the statement . 

“ ধৰ্মীয় বিবৃতিবোৰ প্ৰতীকাত্মক ” – এই উক্তিটো ব্যাখ্যা আৰু পৰীক্ষা কৰা । 

উত্তৰঃ

12. Critically discuss Paul Tillich’s view that religious language are symbolic . 

পল তিলিকৰ ধৰ্মীয় ভাষাৰ প্রতীকাত্মক মতবাদটো সমালোচনাসহ আলোচনা কৰা ।

উত্তৰঃ 

13. Discuss critically Aquinas doctrine of analogy . 

একুইনাছৰ ধৰ্মীয় ভাষাৰ উপমাতত্বটো সমলোচনমূলক আলোচনা কৰা । 

উত্তৰঃ 

14. Explain the four fold functions of religious symbol . 

ধৰ্মীয় প্রতীকৰ চাৰিটা কাৰ্য ব্যাখ্যা কৰা । 

চমু প্রশ্ন ( Short Questions ) 

1 . ‘ Religious languages are symbolic ‘ — Who is the propounder of this view ? 

“ ধৰ্মীয় বিবৃতিবোৰ প্ৰতীকাত্মক ” – এই মতৰ প্ৰৱক্তা কোন ? 

উত্তৰঃ 

2 . Who is the author of ‘ Dynamics of Faith ” ? ‘ Dynamics of Faith ‘ গ্ৰন্থখনৰ লেখক কোন ? 

উত্তৰঃ 

3 . Who is the author of ‘ Systematic Theology ” ? ‘ Systematic Theology ‘ গ্ৰন্থখনৰ লেখক কোন ? 

উত্তৰঃ 

4 . Mention any two distinction between symbol and sign , according to Tillich . 

তিলিকৰ মতানুসাৰে প্ৰতীক আৰু চিহ্নৰ যিকোনো দুটা পার্থক্য উল্লেখ কৰা । 

উত্তৰঃ 

5 . According Tillich , there is only one statement which is not symbolic . What is this ? 

তিলিকৰ মতে , এটামাত্র উক্তি আছে যিটো প্রতীকাত্মক নহয় ৷ উক্তিটো কি ? 

উত্তৰঃ 

6 . Who is the author of ‘ The Role of Knowledge in Western Religion ‘ ? ‘ The Role of Knowledge in Western Religion ‘ গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰঃ 

 7 . Who is the propounder of the non – cognitivist theory of religious language ?

 ধৰ্মীয় ভাষাৰ অ – জ্ঞানাত্মক মতবাদৰ প্ৰৱৰ্তক কোন ?

উত্তৰঃ

8 . Who is the author of ‘ Summa Theologica ‘ .  Summa Theologica ‘ গ্ৰন্থখনৰ লেখক কোন ? 

উত্তৰঃ 

9 . Who is the propounder of the doctrine of analogy ?

 উপমাতত্ত্বৰ প্ৰৱৰ্তক কোন ?

উত্তৰঃ  

10. The symbolic nature of religious language was advocated by _______  ( Fill in the gap ) 

 ধৰ্মীয় ভাষাৰ প্ৰতীকাত্মক স্বৰূপৰ প্ৰৱক্তা হ’ল _____( খালী ঠাই পূৰণ কৰা )

উত্তৰঃ  

11. Religious language is non – cognitive by nature . True / False .

 ধর্মীয় ভাষা প্রকৃতিগতভাৱে অ – জ্ঞানাত্মক । সত্য নে মিথ্যা ?

উত্তৰঃ 

Type: Krishna Bora