প্লেটো | Plato | Chapter 2 (ক) | BA 5th Sem Classical Political Philosophy Major Question and Answer Assamese Medium | BA 5th Sem Classical Political Philosophy Major Chapter 2 (ক) Solution Assamese Medium | BA 5th Sem Classical Political Philosophy Major Suggestion and Notes Assamese Medium | BA 5th Sem Classical Political Philosophy Major Book Solution | প্লেটো পাঠটো প্ৰশ্ন আৰু উত্তৰ |

Back

Chapter 2 (ক)প্লেটোPlato

প্ৰশ্নাৱলী

১। প্লেটোৰ ন্যায় তত্ত্বটো সমালোচনাত্মকভাৱে আলোচনা কৰা।  

উত্তৰঃ

২। প্লেটোৰ ন্যায়ৰ তত্ত্ব বিবৃত কৰি সমালোচনা কৰা।  

উত্তৰঃ

৩। এৰিষ্ট’টলৰ ন্যায়ৰ তত্ত্ব বিবৃত কৰি সমালোচনা কৰা।  

উত্তৰঃ
৪। এৰিষ্ট’টলৰ ন্যায়ৰ তত্ত্ব বিবৃত কৰি সমালোচনা কৰা।  

উত্তৰঃ

৫। প্লেটোই লিখা চাৰিখন গ্ৰন্থৰ নাম লিখা।  

উত্তৰঃ

৬। ব্যক্তিগত ন্যায় আৰু সামাজিক ন্যায়ৰ প্ৰভেদ লিখা।  

উত্তৰঃ

৭। প্লেটোৰ ন্যায়ৰ ধাৰণাৰ চাৰিটা বৈশিষ্ট্য লিখা।  

উত্তৰঃ

৮। প্লেটোৰ সামাজিক ন্যায়ৰ ওপৰত এটি টোকা লিখা।  

উত্তৰঃ

৯। প্লেটোৱে উল্লেখ কৰা অনুযায়ী ন্যায় প্রতিষ্ঠাৰ বাবে পৰিয়াল আৰু সম্পত্তিৰ সাম্যবাদ কিয় প্রয়োজন?  

উত্তৰঃ

১০। প্লেটোৰ ন্যায়ৰ ধাৰণাৰ চাৰিটা আসোঁৱাহ লিখা।  

উত্তৰঃ

১১। বিতৰণমূলক ন্যায়ৰ পৃষ্ঠপোষকজনৰ নাম লিখা।  

উত্তৰঃ

১২। প্লেটোই প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠানখনৰ নাম লিখা।  

উত্তৰঃ

১৩। কোনখন কিতাপত প্লেটোই আদৰ্শ ৰাষ্ট্ৰৰ পৰিকল্পনা আগবঢ়াইছিল?  

উত্তৰঃ

১৪। আদৰ্শ ৰাষ্ট্ৰৰ ভেঁটি কি আছিল?  

উত্তৰঃ

১৫। চমুটোকা লিখা : 

Write notes on প্লেটোৰ সময়ৰ এথেন্সৰ গণতন্ত্র।  

১৬। ন্যায়ৰ দাৰ্শনিক তত্ত্বটো আগবঢ়াইছিল— প্লেটোই/ গ্লুকনে/ পোলেমার্কাছে।  

উত্তৰঃ

১৭। “জ্ঞানেই হৈছে ধৰ্ম”—এই ধাৰণাটো আগবঢ়াইছিল— চক্রেটিছে/ প্লেটোই/ এৰিষ্ট টলে ৷

উত্তৰঃ

প্ৰশ্নাৱলী 

1 Narrate Plato’s ideas of philosopher king.  

উত্তৰঃ

২। “ৰজা দার্শনিক আৰু দার্শনিক ৰজা ব্যতীত গণৰাজ্য সম্ভৱ নে”—মন্তব্য কৰা। 

“Until Philosophers are Kings and Kings are Philosophers there can be no Republic” Comment.  

উত্তৰঃ

৩। দার্শনিক ৰজা কোন? তেওঁৰ গুণসমূহ কি কি? 

Who is Philosopher King ? What are his qualities ?  

উত্তৰঃ

৪। দার্শনিক ৰজাৰ শাসন সম্পৰ্কে প্লেটোৰ ধাৰণাৰ ব্যাখ্যা কৰা। 

Explain Plato’s views on the rule of Philosopher King.  

উত্তৰঃ

৫। প্লেটোৰ দার্শনিক ৰজাৰ শাসনৰ ধাৰণা বিবৃত কৰি সমালোচনা কৰা। 

State and criticise Plato’s views on Philosopher Kings.

উত্তৰঃ  

৬। দার্শনিক ৰজা সম্পৰ্কে প্লেটোৰ ধাৰণা আলোচনা কৰা। প্লেটোক ফেচিষ্ট আখ্যা দিয়া উচিত নে? 

Discuss Plato’s view on Philosopher Kings. Should Plato be regarded as a fascist?  

উত্তৰঃ

৭| What are the defects of philosopher king?  

উত্তৰঃ

৮। Plato’s ideas on Philosopher King 

উত্তৰঃ

৯। দার্শনিক ৰজাৰ শাসনৰ চাৰিটা আসোঁৱাহ লিখা।  

Write four drawbacks of the rule of Philosopher King.  

উত্তৰঃ

১০। প্লেটো আৰু ফেচিবাদৰ মাজত থকা চাৰিটা সাদৃশ্য উল্লেখ কৰা। 

Mention four similarities between Plato and fascism. 

উত্তৰঃ

১১। প্লেটোৰ দৰ্শন আৰু ফেচিবাদৰ মাজত থকা চাৰিটা প্ৰভেদ লিখা।  

Write four differences between Platonic philosophy and fascism.

উত্তৰঃ  

১২। দার্শনিক ৰজা হ’ব লাগে বুলি প্লেটোই কিয় কৈছে? ধাৰণাটোক কাৰ্যকৰী বুলি তুমি ভাবা নে? 

Why does Plato insist that Philosophy must be Kings? Do you consider the ideas practicable ?

উত্তৰঃ

প্ৰশ্নাৱলী 

১। প্লেটোৰ সাম্যবাদৰ তত্ত্বটো সমালোচনাত্মকভাৱে ব্যাখ্যা কৰা। তেওঁৰ সাম্যবাদৰ ধাৰণাটো আধুনিক সাম্যবাদৰ ধাৰণাতকৈ কিমান পৃথক। 

(Critically explain Plato’s theory of communism. How far his concept of communism differed from modern communism?)

উত্তৰঃ  

২। নাৰীমুক্তি সম্পর্কে প্লেটোৰ অভিমত ব্যাখ্যা কৰা। 

Bring out Plato’s views of emancipation of women.  Explain Plato’s theory of communism. How does it differ from modern communism?  

উত্তৰঃ

৪। প্লেটোৰ সাম্যবাদক আধুনিক সাম্যবাদৰ লগত তুলনা কৰা। Compare Plato’s Communism with Modern Communism.

উত্তৰঃ

5। Explain Plato’s concept of communism. How far is it different from modern communism?  

উত্তৰঃ

৬। প্লেটোৰ পৰিয়ালৰ সাম্যবাদ বিবৃত কৰি সমালোচনা কৰা।  State and criticise Plato’s Theory of Communism in women.  

উত্তৰঃ

৭। প্লেটোৰ সম্পত্তিৰ সাম্যবাদ বিবৃত কৰি সমালোচনা কৰা। State and criticise Plato’s Theory of Communism in property. 

উত্তৰঃ

৮। “প্লেটোৰ সাম্যবাদক অর্ধ-সাম্যবাদ বোলা হয়।”—আলোচনা কৰা।  

“Plato’s communism is half Communism”-Discuss. 

উত্তৰঃ

৯। প্লেটোৰ সাম্যবাদ সম্পর্কে এৰিষ্ট টলৰ সমালোচনা ব্যাখ্যা কৰা।  

Explain Aristotle’s criticism of Plato’s Communism.  

উত্তৰঃ

১০। প্লেটোৰ সাম্যবাদ ব্যাখ্যা কৰা। 

(Examine critically the Theory of Communism of Plato.)  

উত্তৰঃ

১১। প্লেটোৰ সাম্যবাদৰ তত্ত্ব ব্যাখ্যা কৰা। আধুনিক সাম্যবাদৰপৰা ইয়াৰ প্ৰভেদ ক’ত? 

Explain Plato’s Theory of Communism. How does it differ from Modern Communism? 

উত্তৰঃ

১২। প্লেটোৰ সম্পত্তিৰ সাম্যবাদৰ চাৰিটা আসোঁৱাহ উল্লেখ কৰা।  

Point out four drawbacks of Plato’s Communism of property.

উত্তৰঃ

 ১৩। প্লেটোৰ সাম্যবাদৰ বিৰুদ্ধে এৰিষ্ট টলে উত্থাপন কৰা চাৰিটা অভিযোগ উল্লেখ কৰা। 

Point out four defects of Plato’s Communism mention by Aristotle.  

উত্তৰঃ

১৪। প্লেটোৰ পৰিয়ালৰ সাম্যবাদৰ বিৰুদ্ধে চাৰিটা যুক্তি দিয়া।

 Write four arguments against Plato’s Communism of wives and children.  

উত্তৰঃ

১৫। প্লেটোৰ সাম্যবাদ আৰু আধুনিক সাম্যবাদৰ মাজৰ চাৰিটা প্ৰভেদ লিখা।  

Write four differences between Plato’s Communism and Modern Communism.  

উত্তঃ

১৬। প্লেটোৰ সাম্যবাদক কিয় অর্ধ সাম্যবাদ বোলা হয়? দুটা যুক্তি দিয়া। 

Why Plato’s Communism is called half Communism ? Give two reasons.  

উত্তৰঃ

১৭। প্লেটোৰ সাম্যবাদক — ২টা ভাগত / তিনিটা ভাগত / ৪টা ভাগত ভগোৱা হৈছে। 

Plato’s Communism is divided into two/ three/ four parts.  

উত্তৰঃ

১৮। “প্লেটোৰ ব্যৱস্থাত কাৰোবাৰ সন্তান হিচাপে জন্মগ্ৰহণ কৰাতকৈ আন ব্যৱস্থাত প্রকৃত সম্পৰ্কীয় হৈ জন্মাই ভাল। এই কথাষাৰ কৈছিল— চক্ৰেটিছে/ এৰিষ্ট টলে/ চলোনে  

“It is better to be a real cousin of somebody than to be a son after Plato’s fashion.” This statement was made by- Socrates / Aristotle / Solon.

উত্তৰঃ

বস্তুনিষ্ঠ প্রশ্ন (Objective Question) :

১। প্লেটোৰ উপনাম কি আছিল? 

(What was the nickname of Plato?)  

উত্তৰঃ

২। প্লেটোৰ ন্যায় তত্ত্বত মানৱ ব্যক্তিত্বৰ সম্পূৰ্ণ বিকাশৰ কোনো সুবিধা নাছিল। (শুদ্ধ বা অশুদ্ধ লিখা)

উত্তৰঃ

৩। প্লেটোৰ গুৰু কোন আছিল। 

[Who was the teacher of Plato? ]  

উত্তৰঃ

৪। প্লেটোৰ মতে, মানৱ আত্মাৰ উপাদান কেইটা? 

How many elements of human soul according to Plato? 

উত্তৰঃ

৫। কোন গ্রীক দার্শনিকৰ মতে, “Justice lies in speaking truth and paying one’s debts.”  

৬। প্লেটোৰ সাম্যবাদ দার্শনিক ৰজাৰ ক্ষেত্ৰত প্রযোজ্য নহয়। (শুদ্ধ বা অশুদ্ধ লিখা) 

Plato’s scheme of communism is not applicable to philosopher’s king.  

উত্তৰঃ 

চমু টোকা (Short Notes) :  

১। প্লেটোৰ সময়ৰ এথেন্সৰ গণতন্ত্র। 

(Athenian democracy of Plato’s time.)  

উত্তৰঃ

২। প্লেটোৰ ব্যক্তিগত আৰু সামাজিক ন্যায়। 

(Individual Justice and social Justice of Plato)  

উত্তৰঃ

৩। নিৰীক্ষণ (Censorship) 

উত্তৰঃ 

ৰচনাধৰ্মী প্রশ্ন (Essay type questions ) : 

১। প্লেটোৰ সাম্যবাদৰ তত্ত্বটো সমালোচনাত্মকভাৱে আলোচনা কৰা।  

Discuss critically Plato’s theory of Communism.  

উত্তৰঃ

২। দার্শনিক ৰজা কোন? দার্শনিক ৰজাৰ অইনাসমূহ কি কি?

  Who was Philosopher King? What are his qualities.  

উত্তৰঃ

৩। প্লেটোৰ গণতন্ত্ৰৰ ধাৰণাৰ ওপৰত সমালোচনা আগবঢ়োৱা।

  Critically discuss Plato’s concept on Democracy.  

উত্তৰঃ

৪। প্লেটোৰ মহিলা আৰু অভিভাৱকত্বৰ ওপৰত এটি টোকা লিখা।  

Write a note on women and Guardianship of Plato.  

উত্তৰঃ

৫। প্লেটোৰ দৰ্শন আৰু ৰাজনীতিৰ ওপৰত এটি টোকা লিখা।

Write a note on Plato’s philosophy and Politics.  

উত্তৰঃ

৬। ৰূপ ভাৱনা বা ধাৰণা কি? প্লেটোৰ ৰূপ ভাৱনা বা ধাৰণাৰ ওপৰত এটি বর্ণনা দিয়া। 

Give a description on theory of forms of Plato.  

উত্তৰঃ

৭। প্রাচীন গ্রীক সভ্যতাৰ ওপৰত এটি টোকা লিখা।  

Write a note an Antiquity.

উত্তৰঃ

Type: Krishna Bora