বেদ, উপনিষদ আৰু শ্ৰীমদ্ভাগৱতগীতা (Vedas, Upanisads & Bhagavatgita) | Unit 2 Vedas, Upanisads & Bhagavatgita | B.A 2nd Semester Solution Assamese Medium | Gauhati University B.A 2nrd Semester (General) Unite 2 Vedas, Upanisads & Bhagavatgita Question and Answer Assam | ভাৰতীয় দৰ্শন অধ্যায় ২ বেদ, উপনিষদ আৰু শ্ৰীমদ্ভাগৱতগীতা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

অধ্য়ায় ২

বেদ, উপনিষদ আৰু শ্ৰীমদ্ভাগৱতগীতা

(Vedas, Upanisads & Bhagavatgita)

প্ৰশ্নৱালী (Questions)


Answer the following questions:

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ
1. What is Veda?

বেদ কি?

Ans:
2. What is the literal meaning of ‘Veda’?’

বেদ’ৰ আক্ষৰিক অৰ্থ কি?

Ans:
3.How many Vedas are there?বেদ কেইকন আছে

Ans:
4. Which one is considered as the most oldest and fundemental Veda?কোনখন বেদক সবাটোতকৈ প্ৰাচীন আৰু মৌলিক বেদ বুলি কোৱা হয়?

Ans:
5. How many parts are there in Veda?

বেদৰ কেইটা অংশ থাকে?

Ans:
6. Which part of the Vedas is called the ‘Vedanta’?

বেদৰ কোনটো অংশক ‘বেদান্ত’ বুলি কোৱা হয়?

Ans:
7. Whai is the cream of Vedic Philosophy?

বৈদিক দৰ্শনৰ সাৰতত্ব কি?

Ans:
8. What does Veda mean?

বেদ মানে কি?

Ans:
9. What is Upanisad?

উপনিষদ কাক বোলে?

Ans:
10. What is the literal meaning  of ‘Upanisad’?

‘উপনিষদ’ৰ আক্ষৰিক অৰ্থ কি?

Ans:
11. What does Upanisad mean?

উনিষদ মানে কি?

Ans:
12. State any two principal Upanisads.

যিকোনো দুখন উপনিষদৰ নাম লিখা।

Ans:
13. What does ‘Tat-tvam-asi’ mean?

‘Tat-tvam asi’ বুলিলে কি বুজা?

Ans:
14. What is the literal meaning of ‘Bhagavatgita’?

 ‘Bhagavatgita’-ৰ আক্ষৰিক অৰ্থ কি?

Ans:
15. What is samhita and what are its different types?

সংহিতা কি আৰু ইয়াৰ বিবিন্ন ভাগবোৰ কি কি?

 Ans:
16. The Gita is particularly influenced by which two Upanisads?

গীতা বিশেষকৈ কোন দুখন উপনিষদৰ দ্বাৰা প্ৰভাবিত? 

Ans:
17. What is ultimate Reality according to Upanisad?

উপনিষদৰ মতে, পৰমসত্তটো কি?

Ans:
18.Which there scriptures are called Prasthantrayi?

কোন তিনিটা শাস্ত্ৰক প্ৰস্থানত্ৰয়ী বুলি কোৱা হয়?

Ans:
19. What are there yoga or marags, according to Gita?

গীতাৰ মতে, যোগ কেই প্ৰকাৰৰ আৰু কি কি?

Ans:
20. What are the types of Bhaktas according to Gita?

গীতাৰ মতে, উক্ত কেই প্ৰকাৰৰ আৰু কি কি?

Ans:
Broard Questions:

ৰচনাধৰ্মী প্ৰশ্নঃ
1. What Veda? What are its different parts? Explain.

বেদ কোক বোলে? বেদৰ বিভিন্ন ভাগ বা অংশসমূহ কি কি? ব্য়াখ্য়া কৰা।

Ans:
2. Explain Upanisadic Philosophy.

উপনিষদিক দৰ্শনৰ সম্পৰ্কে লিখা।

Ans:
3. Explain the essential points of Upanisadic Philosophy.

উপনিষদ দৰ্শনত গুৰুত্ব প্ৰদান কৰাৰ বিষয়সমূহ বৰ্ণনা কৰা।

Ans:
4. ‘The Upanisads are rightly regarded as the fountain-head of all Indian Philosophy’. Discuss.

“উপনিষদসমূহ যথাৰ্থতে সকলো ভাৰতীয় দৰ্শনৰ ভিত্তি  বুলি গণ্য় কৰা হয়।” আলোচনা কৰা।

Ans:
5. Exaplain Unpanisadic concept of Ultimate Reality or Brahman.

উপনিষদৰ পৰমসত্তা বা ব্ৰহ্মৰ ধাৰণাটো ব্য়াখ্য়া কৰা।

Ans:
6. What are the points Prof. R.D. Ranade pointed out in his great work. ‘A Constructive Survey of Unpanisadic Philosophy’ about the doctrine of Upanisds?

অধ্য়াপক ৰাণাডে তেওঁৰ গ্ৰন্থ ‘A Constructive Survey of Unpanisadic Philosophy’ ত উপনিষদৰ মতাবাদ সম্পৰ্কে কি কি কথা উল্লেখ কৰিছে?

Ans:

7. Write Short note on Atman of Upanisad.

উপনিষদৰ আত্মাৰ ধাৰণাটোৰ ওপৰত এটি টোকা লিখা।

Ans:
8. Discuss the importance of Upanisads are.

উপনিষদৰ গুৰিত্ব আলোচনা কৰা।

Ans:
9. What is Upanisads? Discuss why Upanisads are regarded as the source of Indian Philosophy.

উপনিষদ কি? উপনিষদবোৰক কিয় ভাৰতীয় দৰ্শনৰ উৎস বুলি গণ্য় কৰা হয় আলোচনা কৰা।

Ans:
10. Write a note on Rta..

ঋতৰ ওপৰত টোকা লিখা।

Ans:
11. Exlain Gita’s concept of Yoga.

গীতাৰ যোগৰ ধাৰণা ব্য়াখ্য়া কৰা

Ans:

12. Exaplain Gita’s concept of God.

গীতাৰ ইশ্বৰৰ ধাৰণাটো ব্য়াখ্য়া কৰা।

Ans:

13. What is Yoga, according ot Gita? What are the three types of Yoga? Expalin.

গীতাৰ মতে, যোগ কি? তিনি প্ৰকাৰৰ যোগ কি? ব্য়াখ্য়া কৰা।

Ans: 

TypeHirok jyoti Bora.