ভীষ্মই কুৰ্মবেহু ৰচনা কৰাৰ দিনা পাণ্ডৱসকলক সেনাধ্যক্ষ ধৃষ্টদ্যুম্নই কি বেহু পাতিছিল?

উত্তৰঃ ভীষ্মই কুৰ্মবেহু ৰচনা কৰাৰ দিনা পাণ্ডৱৰ সেনাধ্যক্ষ ধৃষ্টদ্যুম্নই ত্ৰিশূল বেহু পাতিছিল।