ভেন চিন (Venn Diagram) | অধ্যায় ২ | Lesson 2 | B.A 1st and 2nd Sem Philosophy Question Answer Solution Assamese Medium | B.A 1st and 2nd Sem Philosophy Question and Answer Notes and Suggestion Assamese Medium | ভেন চিন (Venn Diagram) Question Answer |

 অধ্যায় ২

ভেন চিন (Venn Diagram)

প্ৰশ্নমালা (Exercise)

1. ভেন চিত্ৰৰ সহায়ত এটা শ্ৰেণী, এটা বচন আৰু পৰম্পৰাগত A, E, I, O বচন সমূহক কেনেদৰে উপাস্থাপন কৰা হয়, আলোচনা কৰা। Explain how can we represent a class, a proposition and Traditional A, E, I, O proposition in Venn Diagram. 

2. ভেন চিত্ৰৰ সহায়ত ন্যায় অনুমান এটাৰ বৈধতা কেনেদৰে প্ৰমাণ কৰিব পাৰি উপযুক্ত উদাহৰণ সহায়ত আলোচনা কৰা।

Explain with example how  can we Test the validity of syllogism by means of Venn Diagram. 

3. তলত দিয়া যুক্তিবোৰৰ বৈধতা বিচাৰ কৰা-

Test the validity of the following argument. 

(a) কোনো মানুহ নহয় অমৰ।

সকলো সাধুলোক হয় মানুহ।

∴ কোনো সাধুলোক নহয় অমৰ।

No man are immortal 

All honest persons are man

No honest persons are immortal. 

(a) সকলো মানুহ হয় মৰণশীল।

কিছুমান প্ৰাণী নহয় মানুহ।

∴ কিছুমান প্ৰাণী নহয় মৰণশীল। 

All  men are mortal.

Some Animals are not man. 

∴ Some Animals are not man.

(c) সকলো মানুহ হয় মৰণশীল। 

সকলো জন্তু হয় মানুহ।

All men are mortal.

All Animals are mortal.

∴ All Animals are man.

(d) কিছুমান সাধুকথা নহয় মনোগ্ৰীহী। 

সকলো কিতাপ হয় মনোহগ্ৰাহী।

∴ কিছুমান কিতাপ নহয় সাধুকথা।

Some stories are not interesting.

All books are interesting.

∴ Some books are not stories.

(e) সকলো কাউৰী হয় ক’লা।

কিছুমান চৰাই নহয় কাউৰী।

∴ কিছুমান চৰাই নহয় ক’লা।

Some crows are black.

Some birds are not crow.

∴ Some birds are not black.

(f) সকলো মানুহ হয় বৃদ্ধিবৃত্তি সম্পন্ন।

সকলো মানুহ হয় প্ৰাণী।

∴ কিছুমান প্ৰাণী হয় বৃদ্ধিবৃত্তি সম্পন্ন। 

All man are Rational.

Some man are animal.

∴ Some animals are rational.

Express the following statemen by means of Venn diagram 

(a) কোনো মানুহ দেৱতা নহয়।

No men are God.

(b) প্ৰায় সকলো সদস্য সভাত উপস্থিত আছিল।

Allmost all the members were present in the meeting. 

(c) কিছুমান আম হয় মিঠা।

Some mangoes are sweet.

(d) কিছুমান মানুহ নহয় সাধু।

Some man are not honest.

(e) কেৱল ধাৰ্মিক সহলহে সুখী।

Only Religious persons are happy.

(f) সকলো মানুহ হয় বৃদ্ধিবৃত্তি পম্পন্ন।

All men are Rational.

(g) কিছুমান প্ৰাণী নহয় মানুহ।

Some Animals are not man. 

(h) কিছুমান ছাত্ৰ হয় বুধিয়ক। 

Some students are intelligent. 

(i) অধিকাংশ ফুল ধুনীয়া। 

Most of the flowers are beautiful.

(j) কেৱল মানুহ হয় জ্ঞানী।

Only men are wise

Type : Priyam Jyoti Patar