ভৰতৰ নামেৰে হোৱা বংশটো পাছলৈ কি নামেৰে বিখ্যাত হৈছিল?

উত্তৰঃ ভৰতৰ নামেৰে হোৱা বংশটো পাছলৈ ‘ভাৰতবংশ’ নামেৰে বিখ্যাত হৈছিল।