শিক্ষণৰ আৰ্হি আৰু চানেকি (Teaching Models) | Chapter 6 | Gauhati University BA 4th Semester শিক্ষণৰ আৰ্হি আৰু চানেকি (Teaching Models) Question and Answer Solution Assamese Medium | GU TDC 4th Sem শিক্ষণৰ আৰ্হি আৰু চানেকি (Teaching Models) Short Question and Answer Notes and Suggestion Assamese Medium | Gauhati University BA 4th Semester শিক্ষণৰ আৰ্হি আৰু চানেকি (Teaching Models) Important Question and Answer Solution Assamese Medium | GU TDC 4th Semester শিক্ষণৰ আৰ্হি আৰু চানেকি (Teaching Models) Question Paper Free Download PDF |

শিক্ষণৰ আৰ্হি আৰু চানেকি

(Teaching Models)

প্ৰশ্নাৱলী

১। Answer the following :  

(ক) শিক্ষণ আৰ্হিবোৰ শিক্ষাত নতুনত্বৰ উদ্ভাৱনকাৰী (সঁচা/মিছা)  

Teaching Models are innovations in Education (True/False)  

(খ) শিক্ষণ আৰ্হিবোৰ হৈছে শিক্ষণৰ এক সম্ভাৱ্য তত্ত্ব (শুদ্ধ/অশুদ্ধ) 

Teaching Models is a tentative Theory of teaching (True/False) 

(গ) অনুসন্ধান প্রশিক্ষণ আৰ্হিৰ উদ্ভাৱনকাৰী কোন? 

Who is the propounder of Inquiry Training Model?  

(ঘ) ধাৰণা আয়ত্তকৰণ আৰ্হিৰ কোনে উদ্ভাৱন কৰিছিল? 

Who propounded concept Attainment Model?  

(ঙ) VAM ৰ সম্পূৰ্ণ ৰূপ কি?  

What is the full form of VAM?  

২। শিক্ষণ আৰ্হি কি? 

What is Teaching Model?  

৩। শিক্ষণ আৰ্হিৰ পাঁচটা বৈশিষ্ট্য লিখা? 

Write five characteristics of Teaching Model?  

৪। অনুসন্ধান প্রশিক্ষণ আৰ্হিৰ পৰ্যায়সমূহ উল্লেখ কৰা। 

Mention the phases of Inquiry Training Model.  

৫। তলত দিয়াবোৰৰ ওপৰত চমুটোকা লিখা। 

Write notes on the following. 

(ক) অনুসন্ধান প্রশিক্ষণ আৰ্হি (Inquiry Training Model) 

(খ) ধাৰণা আয়ত্তকৰণ আৰ্হি (Concept Attainment Model) 

(গ) অন্তর্নিহিত গুণ বিশ্লেষণ আৰ্হি (Value Analysis Model)  

৬৷ শিক্ষণ আৰ্হিৰ কাৰ্যাৱলী আলোচনা কৰা। 

Discuss the functions of Teaching Model. 

৭৷ শিক্ষণ আৰ্হিৰ প্ৰকাৰসমূহ আলোচনা কৰা।  

Discuss the types of Teaching Models. 

৮। ধাৰণা আয়ত্তকৰণ আৰ্হিৰ পৰ্যায়সমূহ আলোচনা কৰা।  

Discuss the phases of concept attainment Model. 

৯। শ্রেণীকক্ষত শিক্ষণ আৰ্হিৰ সম্ভাৱনীয়তা বিশ্লেষণ কৰা।  

Analyse the Feasibility of Models of Teaching in classroom.

Type Himanku Bora