শিক্ষাদানৰ পদ্ধতিসমূহ (Teaching Methods) | Chapter 2 | Gauhati University BA 4th Semester শিক্ষাদানৰ পদ্ধতিসমূহ (Teaching Methods) Question and Answer Solution Assamese Medium | GU TDC 4th Sem শিক্ষাদানৰ পদ্ধতিসমূহ (Teaching Methods) Short Question and Answer Notes and Suggestion Assamese Medium | Gauhati University BA 4th Semester শিক্ষাদানৰ পদ্ধতিসমূহ (Teaching Methods) Important Question and Answer Solution Assamese Medium | GU TDC 4th Semester শিক্ষাদানৰ পদ্ধতিসমূহ (Teaching Methods) Question Paper Free Download PDF |

শিক্ষাদানৰ পদ্ধতিসমূহ

(Teaching Methods)

প্ৰশ্নাৱলী

১। শিক্ষাদান পদ্ধতি সম্বন্ধে চমু বৰ্ণনা দিয়া।

Give a brief explanation on the method of Teaching.

২। বক্তৃতা পদ্ধতি কি? ইয়াক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কি কি বিশেষ দিশ আছে? বর্ণনা কৰা।  

What is lecture Method? What are the special aspects when it is used? Explain.  

৩। বক্তৃতা পদ্ধতিত ব্যৱহাৰ কৰিব পৰা নিৰ্দেশনাসমূহ বর্ণনা কৰা। 

Explain the guidelines for the use of lecture method.  

৪। বক্তৃতা পদ্ধতি কি? ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা। 

What is lecture method? Mention its advantages and disadvantages.  

৫। প্রামাণিক বা প্রদর্শন পদ্ধতি কি? সফল প্ৰদৰ্শনৰ বাবে কেনে ধৰণৰ পৰামৰ্শ দিব পৰা যায় ?  

What is Demonstration method? Mention the suggestions for a successful demonstration.  

৬ ৷ চমুকৈ বৰ্ণনা কৰা (Explain briefly)  

(ক) সফল প্রামাণিকৰ বাবে দিব পৰা পৰামৰ্শসমূহ  

Suggestions for a successful demonstration.  

(খ) প্রামাণিক পদ্ধতিৰ সুবিধাসমূহ 

Advantages of Demonstration method.  

৭। সমস্যা সমাধান প্রক্রিয়া কি? ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ লিখা।

What is problem solving process? Write its aims and objectives.  

৮। অনুক্রমিত শিক্ষণ কি? অনুক্রমিক শিক্ষণৰ নীতিসমূহ উল্লেখ কৰা। 

What is programmed learning? Mention the principles of programme learning.  

৯। অনুক্রমিত নির্দেশ কি? অনুক্রমকৰণৰ প্ৰকাৰসমূহৰ বিষয়ে লিখা। 

What is programmed Instruction? Write the types of programming. 

১০। প্ৰগ্ৰেম পদ্ধতিৰ সংজ্ঞা দিয়া আৰু ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

Give the definitions of programmed Instruction and mention its  characterisitcs.  

১১। চমুটোকা লিখা (Write short motes)  

(ক) প্ৰগ্ৰেম পদ্ধতিৰ সংজ্ঞা  

Definitions of programmed instruction.  

(খ) প্ৰগ্ৰেম পদ্ধতিৰ বৈশিষ্ট্য 

Characteristics of programmed Instruction. 

(গ) প্ৰগ্ৰেম পদ্ধতিৰ মনোবৈজ্ঞানিক ভিত্তি  

Psychological basis of programmed Instruction. 

(গ) প্রগ্রেম গঠন  

Developing a programme.  

১২। প্রগ্রেম গঠন কেনেকুৱা ধৰণেৰে হয়? ব্যাখ্যা কৰা । 

How programmed developed? Explain.  

১৩। প্রগ্রেম পদ্ধতিত শিক্ষকৰ ভূমিকা কেনেধৰণৰ? বহলাই লিখা। 

What type of role played by a teacher in programmed Instruction? Write elaborately.  

১৪। যিকোনো এটাৰ বিষয়ে লিখা  

Write any one of the following  

(ক) প্ৰগ্ৰেম পদ্ধতিৰ সুবিধাসমূহ  

Advantages of programmed method.  

(খ) প্ৰগ্ৰেম পদ্ধতিৰ সীমাবদ্ধতাসমূহ 

Limitations of programmed method.  

১৫। শিক্ষকৰ ভূমিকাৰ বিষয়ে চমু আভাষ দিয়া । 

Give a brief note on the role of Teacher. 

১৬। শিক্ষকৰ গুণাৱলীসমূহৰ বিষয়ে চমুকৈ লিখা। 

State briefly about the qualities of a Teacher.  

১৭। চমুকৈ লিখা (Write briefly on)  

(ক) শিক্ষকৰ কামসমূহ

Functions of Teacher  

(খ) সহজকাৰক হিচাপে শিক্ষক 

Teacher as facilitator  

(গ) অভিপ্ৰেৰক হিচাপে শিক্ষকৰ ভূমিকা 

Role of Teacher as motivator.  

(ঘ) পৰামৰ্শদাতা হিচাপে শিক্ষক 

Teacher as a counsellor  

(ঙ) শিক্ষকৰ সন্মুখত উদ্ভৱ হোৱা নতুন পৰিস্থিতিৰ প্ৰত্যাহ্বানসমূহ 

Challenges before the teacher in the new context.  

(চ) গৱেষক হিচাপে শিক্ষক 

Teacher as a researcher.  

১৮। ‘শিক্ষা আৰু শিক্ষক’ এই ধাৰণাটোৰ ওপৰত এটা টোকা লিখা 

Write a note on the concept of ‘Education and Teacher’.

Type Himanku Bora