শিক্ষাদানৰ পৰ্যায় আৰু কৌশলসমূহ (Levels and strategies of Teaching) | Chapter 4 | Gauhati University BA 4th Semester শিক্ষাদানৰ পৰ্যায় আৰু কৌশলসমূহ (Levels and strategies of Teaching) Question and Answer Solution Assamese Medium | GU TDC 4th Sem শিক্ষাদানৰ পৰ্যায় আৰু কৌশলসমূহ (Levels and strategies of Teaching) Short Question and Answer Notes and Suggestion Assamese Medium | Gauhati University BA 4th Semester শিক্ষাদানৰ পৰ্যায় আৰু কৌশলসমূহ (Levels and strategies of Teaching) Important Question and Answer Solution Assamese Medium | GU TDC 4th Semester শিক্ষাদানৰ পৰ্যায় আৰু কৌশলসমূহ (Levels and strategies of Teaching) Question Paper Free Download PDF |

শিক্ষাদানৰ পৰ্যায় আৰু কৌশলসমূহ

(Levels and strategies of Teaching)

প্ৰশ্নাৱলী

১। শিক্ষাদান কার্য কি? ইয়াৰ প্ৰয়োজনীয়তাসমূহ উল্লেখ কৰা। 

What is Teaching activities? Mention the necessity of Teaching process.  

২। শিক্ষাদানৰ পৰ্যায়সমূহ সম্বন্ধে বর্ণনা কৰা। 

Explain the different levels of Teaching.  

৩। শিক্ষাদানৰ পৰ্যায় কেইটা উল্লেখ কৰা? প্ৰতিটো পৰ্যায়ৰ বিষয়ে একোটা টোকা লিখা।  

What are the levels of Teaching? Write a note on each level.  

৪। যিকোনো দুটাৰ বিষয়ে লিখা। 

Write about any two of the following.  

(ক) শিক্ষাদানৰ পূৰ্ব কাৰ্যকৰী পৰ্যায়  

Pre-active level of Teaching 

(খ) শিক্ষাদানৰ কার্যসম্পাদন পর্যায় 

Interactive level of Teaching  

(গ) শিক্ষাদানৰ উত্তৰ ক্রিয়াশীল পৰ্যায় 

Post active level of Teaching.  

৫। শিক্ষাদানৰ কৌশল বুলিলে কি বুজা? ইয়াৰ কেইটামান সংজ্ঞা দিয়া। 

What do you mean by Teaching Strategies? Give definitions of Teaching strategies. some  

৬। চমুকৈ লিখা (Write briefly)  

(ক) শিক্ষাদান কৌশল আৰু শিক্ষক 

Teacher and Teaching Strategies  

(খ) শিক্ষাদানৰ স্বেচ্ছাচাৰী কৌশল 

Autocratic Strategies of Teaching.  

(গ) শিক্ষাদানৰ গণতান্ত্রিক কৌশল 

Democratic Strategies of Teaching  

(ঘ) শিক্ষাদান কৌশলৰ উদ্দেশ্যসমূহ 

Objectives of Teaching Strategies.  

৭। শিকোৱাৰ কাৰ্যাৱলী সম্বন্ধে চমু বর্ণনা দিয়া

Explain briefly on Teaching Tactics.  

৮। শিক্ষাদানৰ আৰ্হি কি? কেইটামান সংজ্ঞাৰে দেখুওৱা।

What is Model of Teaching? Show it with some Definitions.  

৯৷ শিক্ষাদানৰ আৰ্হি নিৰ্ণয় কৰা। ইয়াৰ লগত সামৰি লোৱা কাৰ্যসমূহ উল্লেখ কৰা। 

Define Model of Teaching? Write the activities which are included in Teaching Models.  

১০। শিক্ষাদানৰ আৰ্হিসমূহৰ বৈশিষ্ট্যসমূহ লিখা। 

Write the main characteristics of Model of Teaching. 

১১। চমুটোকা লিখা (Write short notes)  

(ক) শিক্ষাদানৰ আৰ্হিসমূহৰ উপযোগিতা 

Utility of Teaching Models  

(খ) শিক্ষাদানৰ আৰ্হিসমূহৰ মৌলিক উপাদানসমূহ 

Fundamental Elements of Teaching Models.  

১২। শিক্ষাদানৰ ক্ষেত্ৰত ব্যৱহৃত হোৱা বিশেষ আৰ্হিকেইটাৰ বিষয়ে চমু আভাষ দিয়া।  

Give a brief Statement on the special models of Teaching.  ১৩। শিক্ষাদানৰ কৌশল কি? শিক্ষাদানৰ কৌশল হিচাপে স্বেচ্ছাচাৰী কৌশল আৰু গণতান্ত্রিক কৌশলৰ বিষয়ে বর্ণনা করা।  

What is teaching strategies? Explain the Autocratic and Democratic strategies as a strategy of teaching.

Type Himanku Bora