শৈক্ষিক প্ৰযুক্তিবিজ্ঞানৰ দ্বাৰা শিক্ষাত নতুনত্ব | Chapter 9 | INNOVATIONS IN EDUCATION THROUGH EDUCATIONAL TECHNOLOGY | TDC B.A 4th Sem Education Question and answer | Guwahati University B.A 4th Sem Education Suggestion | TDC Education Solution Assamese Medium |

শৈক্ষিক প্ৰযুক্তিবিজ্ঞানৰ দ্বাৰা শিক্ষাত নতুনত্ব

INNOVATIONS IN EDUCATION TEROUGH EDUCATIONAL TECHNOLOGY

Chapter 9

(১) অতি চমু উওৰ দিয়া (Give very short answer)

(i) দলগত শিকণ কোন চনত সৃষ্টি হৈছিল ?

In which year, team teaching was started?

উত্তৰঃ

(ii) দলগত শিকণত প্ৰধান শিক্ষক কোনে ?

Who is master-teacher in team teaching ?

উত্তৰঃ

(iii) দলগত শিকণ কেইপ্ৰকাৰৰ ?

How many types are there in team teaching ?

উত্তৰঃ

(iv) ‘ই-শিক্ষণত’ ‘ই’ শব্দৰ অৰ্থ কি ?

What is the meaning of the term ‘E’ in ‘E-learning’?

উত্তৰঃ

(v) সমন্বয়মূলক শিক্ষণ কি ?

What is blended learning?

উত্তৰঃ

(vi) LAN ৰ সম্পূৰ্ণ গঢ়টো লিখা ।

Write the full form of LAN.

উত্তৰঃ

(২) খালী ঠাই পূৰ কৰা (Fill in the blanks)

(i) বৈদ্যুতিক শিক্ষণৰ আন এক নাম হ’ল ——- বেচদ শিক্ষা ।

Another name of e-learning is ——- based education.

উত্তৰঃ

(ii) দলগত শিকণত দলৰ সদস্যসকলৰ মাজত ——- থাকে ।

There is a ——- among the members  of team in team-teaching.

উত্তৰঃ

(iii) কাগজমুক্ত পুথিভঁৰালৰ আন এক হ’ল ——- ।

Another name of paper free library is ——-.

উত্তৰঃ

(iv) বৈদ্যুতিক শিক্ষণত ——- যোগে শিক্ষা লাভ কৰা হয় ।

Education is acquired through ——- in e-learning.

উত্তৰঃ

(v) ৱেব চাৰ্ভাৰ হ’ল বৈদ্যুতিক পুথিভঁৰালৰ এবিধ ——- ।

Web-server is a ——- of e-library.

উত্তৰঃ

(৩) দলগত শিকণ কি ?

What is team teaching.

উত্তৰঃ

(৪) দলগত শিক্ষণৰ সংজ্ঞা দিয়া ।

Define team-teaching.

উত্তৰঃ

(৫) দলগত শিক্ষণৰ পাঁচটা বৈশিষ্ট্য।

Write five characteristics of team-teaching.

উত্তৰঃ

(৬) দলগত শিকণৰ নীতিবোৰ আলোচনা কৰা ।

Discuss the principles of team-teaching.

উত্তৰঃ

(৭) দলগত শিকণৰ শ্ৰেণীবিভাজন বৰ্ণনা কৰা ।

Explain the classification of team-teaching.

উত্তৰঃ

(৮) দলগত শিকণৰ স্তৰসমূহ আলোচনা কৰা ।

Explain the steps of team teaching.

উত্তৰঃ

(৯) দলগত শিকণৰ সুবিধা আৰু অসুবিধাবোৰ লিখা ।

Write the advantages and disadvantages of team teaching.

উত্তৰঃ

(১০) বৈদ্যুতিক শিক্ষণ কি ?

What is e-learning.

উত্তৰঃ

(১১) বৈদ্যুতিক শিক্ষণৰ সংজ্ঞা দিয়া।

Define e-learning.

উত্তৰঃ

(১২) বৈদ্যুতিক শিক্ষণৰ বৈশিষ্ট্যবোৰ লিখা ।

Write the characteristics of e-learning.

উত্তৰঃ

(১৩) বৈদ্যুতিক শিক্ষণৰ উপায়বোৰ আলোচনা কৰা ।

Discuss the modes of e-learning.

উত্তৰঃ

(১৪) সমকালিন যোগাযোগ কি ?

What is synchronous communication ?

উত্তৰঃ

(১৫) সহায়ক শিক্ষণ কি ?

What is support learning?

উত্তৰঃ

(১৬) বৈদ্যুতিক শিক্ষণৰ সুবিধা আৰু অসুবিধাবোৰ আলোচনা কৰা ।

Discuss about the advantages and disadvantages of e-learning.

উত্তৰঃ

(১৭) বৈদ্যুতিক পুথিভঁৰালৰ ধাৰণা ব্যাখ্যা কৰা।

Explain the concept of e-library.

উত্তৰঃ

(১৮) বৈদ্যুতিক পুথিভঁৰালৰ সংজ্ঞা দিয়া ।

Define e- library.

উত্তৰঃ

(১৯) বৈদ্যুতিক পুথিভঁৰালৰ বৈশিষ্ট্যবোৰ লিখা ।

Write the characteristics of e-library.

উত্তৰঃ

(২০) উচ্চ শিক্ষাত বৈদ্যুতিক পুথিভঁৰালৰ ভূমিকা আলোচনা কৰা ।

Discuss the role of e-learning in higher-education.

উত্তৰঃ

(২১) বৈদ্যুতিক পুথিভঁৰালৰ সুবিধাবোৰ লিখা।

Write the advantages of e-library.

উত্তৰঃ

(২২) বৈদ্যুতিক পথিভঁৰালৰ অসুবিধাবোৰ লিখা ।

Write the demerits of e-library.

উত্তৰঃ

Type Himashree Bora.