শ্বেত কাৰ পুত্ৰ আছিল? কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁৰ কাৰ হাতত মুত্যু হৈছিল?

উত্তৰঃ শ্বেত বিৰাট ৰজাৰ পুত্ৰ আছিল।কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁৰ ভীষ্মৰ হাতত মৃত্যু হৈছিল।