সাংখ্য দৰ্শন (Sankhya Philosophy) | অষ্টম অধ্যায় | Chapter 8 | BA 3rd – 4th Semester Philosophy (Major) Question and Answer Assamese Medium |

অষ্টম অধ্য়ায়

সাংখ্যা দৰ্শন

(Sankhya Philosophy)

প্ৰশ্নাৱলী

(Question)

Answer the following question:

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

 1. Sankhya system is a Vaidika / Avaidika school of Indian Philosophy 

সাংখ্য দর্শন ভাৰতীয় দৰ্শনৰ এটি বৈদিক / অবৈদিক সম্প্রদায়।  

2. Who is known as the founder of Sankhya philosophy? 

সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক কোন?  

3. Name one dualistic system of Indian Philosophy. 

ভাৰতীয় দৰ্শনৰ এটা দ্বৈতবাদী সম্প্ৰদায়ৰ নাম লিখা।  

4. Samkhya philosophy believes in one/ two ultimate realities.  

সাংখ্যা দর্শনে এটা / দুটা পৰম সত্তাত বিশ্বাস কৰে। 

5. Write the name of the most popular text of Samkhya philosophy. 

সাংখ্যা দৰ্শনৰ সৰ্বাধিক জনপ্ৰিয় গ্ৰন্থখনৰ নাম লিখা।  

6. What is the root cause of the world of objects in Samkhya philosophy?  

সাংখ্যা দৰ্শনৰ মতে জগতৰ মূল কাৰণ কি?  

7. Define Satkāryavāda. 

সৎকাৰ্যবাদৰ সংজ্ঞা দিয়া।  

8. How the process of evolotion takes place in Samkhya system? 

সাংখ্য দৰ্শনত জগতৰ ক্ৰমবিকাশৰ সূচনা কেনেকৈ হয়?  

9. What is the nature of evolution, according to Samkhya philosophy ?  

সাংখ্য দর্শন অনুসাৰে ক্ৰমবিকাশৰ স্বৰূপ কি?

10. Mention any particular nature of Sattva as an element of Prakati as given in Samkhya system. 

প্ৰকৃতিৰ উপাদান হিচাপে সত্ত্বৰ এটি বিশেষ স্বৰূপ উল্লেখ কৰা

11. Evolution in Sankhya philosophy starts only when there is a homogeneous / heterogeneous change in the Gunas. (Choose the correct option)  

সাংখ্য দর্শন অনুসাৰে জগতৰ ক্ৰমবিকাশৰ সূত্ৰপাত হয় তেতিয়া, যেতিয়া  গুণবোৰৰ মাজত স্বৰূপ পৰিণাম / বিৰূপ পৰিণাম দেখা দিয়ে। 

12. Gunas are ever changing. The change is of two kinds. What  are these? 

গুণবোৰ চিৰপৰিৱৰ্তনশীল। পৰিৱৰ্তন দুই প্রকাৰৰ। এই দুই প্ৰকাৰৰ পৰিৱৰ্তন কি কি?  

13. What do you mean by Sarupa-parinama and Virupa-parinama ? 

স্বৰূপ পৰিণাম আৰু বিৰূপ পৰিণাম বুলিলে কি বুজা?  

14. Does Sankhya believe in the existence of God?  সাংখ্য দর্শনে ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰে নে?  

15. What is the material and efficient cause of the world, according to Sankhya philosophy? 

সাংখ্য দর্শন মতে, জগতৰ উপাদান আৰু নিমিত্ত কাৰণ কি?  

16. What is the first element of Sankhya evolution? সাংখ্য ক্রমবিকাশবাদৰ প্ৰথম উপাদান কি?  

Board Questions :  

ৰচনাধৰ্মী প্রশ্নঃ  

1. Discuss the nature of Prakrti. What are the five proofs for the existence of Prakrti? 

প্ৰকৃতিৰ স্বৰূপ ব্যাখ্যা কৰা। প্ৰকৃতিৰ অস্তিত্ব সম্পৰ্কীয় পাঁচটা প্রমাণ কি কি?  

2. What is the nature of Purusa in Sankhya system? Discuss five proofs for the existence of Purusa.  

সাংখ্য দৰ্শনত পুৰুষৰ স্বৰূপ কি? পুৰুষৰ অস্তিত্ব সম্পৰ্কীয় পাঁচটা প্রমাণ আলোচনা কৰা।

3. Give a brief account of the Samkhya concept of the plurality of Selves.  

সাংখ্য দৰ্শনৰ বহু পুৰুষবাদৰ চমু আলোচনা আগবঢ়োৱা।  

4. Critically explain the Sankhya theory of evolution. Is it a teleological process? 

সাংখ্য ক্রমবিকাশতত্ত্ব সমালোচনা সহ আলোচনা কৰা। এইটো উদ্দেশ্যমূলক  প্রক্রিয়া নে? 

5. Discuss the five proofs for the existence of Prakrti. 

প্ৰকৃতিৰ অস্তিত্ব সম্পৰ্কীয় পাঁচটা প্রমাণ আলচ কৰা।  

6. Explain briefly the Sankhya theory of evelution. Is it mechanical? সাংখ্য ক্রমবিকাশতত্ত্বটো চমুকৈ ব্যাখ্যা কৰা।  

7. What are the five arguments offered by Sankhya in support of  Satkaryavada? 

সৎকাৰ্যবাদৰ সমৰ্থনত সাংখ্য দর্শনে আগবঢ়োৱা পাঁচটা যুক্তি কি কি?  

8. Discuss five differences between Purusa and Prakrti. 

পুৰুষ আৰু প্ৰকৃতিৰ মাজৰ পাঁচটা পার্থক্য উল্লেখ কৰা।  

9. Describe in detail the Gunas of Prakrti in Samkhya philosophy. 

সাংখ্য দৰ্শনৰ প্ৰকৃতিৰ গুণসমূহৰ বিষয়ে বহলাই আলোচনা কৰা।


Question Type-Bhabesh Bora.