স্কুলীয়া পাঠ্যক্ৰমত জনসংখ্যা শিক্ষা | (Population education in the school curriculum) | Chapter 8 | B.A 4th Sem Education | B.A 4th Sem Education Question and Answer | B.A 4th Sem Education Question and Answer Assamese Medium Solution | B.A 4th Sem Education Question and Answer Suggestion | Gauhati University B.A 4th Sem Question and Answer |

স্কুলীয়া পাঠ্যক্ৰমত জনসংখ্যা শিক্ষা 

 (Population education in the school curriculum) 

 Chapter 8

1. Fill up the blanks (খালী ঠাই পূৰ কৰা)

(a) Who coined the term of Population Education.

জনসংখ্যা- শিক্ষা নামটো কোনে নামাকৰণ কৰিছিল?

উত্তৰঃ

(b) Write the quote of population- Education by David Barlson.

ডেভিদ বাৰ্লচনে দিয়া জনসংখ্যা- শিক্ষাৰ সংঙ্গাটো লিখা।

উত্তৰঃ

(c) Who sponsored the workshop of population Education in 1974?

১৯৭৪ চনৰ জনসংখ্যা শ িক্ষাৰ কৰ্মশালাখন কোনে পৃষ্ঠপোযকতা কৰিছিল।

উত্তৰঃ

(d) Who sponsored the Regional workshop of population education in 1970.

১৯৭০ চনৰ জনসংখ্যা শিক্ষাৰ আঞ্চলিক কৰ্মশালাখনি কোনে পৃষ্ঠপোষকতা কৰিছিল?

উত্তৰঃ

(e) Discussion of population Education was held in Mumbai in _____.

জনসংখ্যা শিক্ষা সম্পৰ্কীয়  আলোচনাচক্ৰখনি মোম্বাইট _____ চনত পতা হৈছিল।

উত্তৰঃ

2. Write short notes on (চমু টোকা লিখা)

(a) Local needs in population-Education’s curriculum.

জনসংখ্যা শিক্ষাৰ পাঠ্যক্ৰমত স্থানীয় প্ৰযোজনীয়তা।

উত্তৰঃ

(b) Relation between illiteracy and over-population.

নিৰক্ষৰতা আৰু জনাধিক্যৰ সম্পৰ্ক লিখা;

উত্তৰঃ

(c) Curriculum of population education in secondary school.

মাধ্যমিক স্কুলৰ পাঠ্যক্ৰমত জনসংখ্যা শিক্ষা;

উত্তৰঃ

(d) Teaching aids in Population-education.

জনসংখ্যা শিক্ষাৰ শিকন সঁজুলি;

উত্তৰঃ

(e) Need of Population- Education.

জনসংখ্যাৰ শিক্ষাৰ প্ৰয়োজনীয়

উত্তৰঃ

(f) Prime objectives of Population education.

জনসংখ্যা শিক্ষাৰ মূখ্য উদ্দেশ্যবিলাক লিখা

উত্তৰঃ

(g) Meaning and definition of Population education

জনসংখ্যা- শিক্ষাৰ অৰ্থ আৰু সংঙ্গা লিখা

উত্তৰঃ

(h) Problems of Population education in backward areas.

পিছ পৰা অঞ্চলৰ জনসংখ্যা শিক্ষাৰ সমস্যাবোৰ লিখা।

উত্তৰঃ

3. Shorts type answere (চমুকৈ উত্তৰবোৰ কৰা)

(a) What steps will you take to popularise population education in school?

স্কুলত জনসংখ্যা শিক্ষা জনপ্ৰিয় কৰি তুলিবলৈ কি কি ব্যৱস্থা গ্ৰহন কৰিব পাৰি।

উত্তৰঃ

(b) What are the problems arose due to over- population.

অত্যাধিক জনসংখ্যা বৃদ্ধিৰ ফলত কি কি সমস্যাৰ উদ্ভৱ হব পাৰে?

উত্তৰঃ

(c) Write the curriculum of population education in primary school according to NCERT.

NCERT ৰ মতে প্ৰাথমিক স্কুলৰ পাঠ্যক্ৰমত জনসংখ্যা শিক্ষাৰ সংযোগৰ বিষয়ে লিখা।

উত্তৰঃ

(d) How we can popularizing population education is schools?

আমি কেনেকৈ স্কুলত জনসংখ্যা শিক্ষাৰ পাঠ্যক্ৰম জনপ্ৰিয় কৰিম?

উত্তৰঃ

(e) Specific need a population education in adolescent curriculum.

বয়সন্ধিকালৰ পাঠ্যক্ৰমত জনসংখ্যা শিক্ষাৰ বিশেষধৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা।

উত্তৰঃ

(d) Objectives of Population education for secondary school.

মাধ্যমিক স্কুলৰ পাঠ্যক্ৰমত থকা জনসংখ্যা শিক্ষাৰ উদ্দেশ্যবোৰ লিখা।

উত্তৰঃ

4. Write briefly (বহলাই লিখা)

(a) Discuss how population education can ber included un school curriculum. What type of instructional materials and teaching aids can be used for successful implementation of population education.

স্কুলৰ পাঠ্যক্ৰমত জনসংখ্যা শিক্ষাৰ পাঠ্যক্ৰম অন্তৰ্ভূক্তকৰণৰ বিষয়ে আলোচনা কৰা। কেনেধৰণৰ নিৰ্দেশাত্মক আহিলা আকু শিকণৰ সঁজুলি জনসংখ্যা শিক্ষাক সফল প্ৰয়োগৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

উত্তৰঃ

(b) Critically examine the importance of introduction population education in the high school curriculum.

হাইস্কুলৰ পাঠ্যক্ৰমত জনসংখ্যা শিক্ষাৰ অন্তৰ্ভূক্তকৰণৰ গুৰুত্ব মূল্যায়ন  কৰা।

উত্তৰঃ

(c) Specify some instructional materials and teaching aids in population education in high school curriculum.

হাইস্কুলৰ পাঠ্যক্ৰমত জনসংখ্যা শিক্ষাৰ নিৰ্দেশাত্মক আৰ্হিলা আৰু শিকণৰ সঁজুলি কিছুমান বিশেষীকৰণ কৰি ব্যাখা কৰা।

উত্তৰঃ

(d) Write about the different approaches to inclusion of curricur contents on population education.

জনসংখ্যা শিক্ষাৰ পাঠ্যক্ৰমত প্ৰয়োগৰ ক্ষেত্ৰত বিভিন্ন দৃষ্টিভঙ্গীৰ কথা আলোচনা কৰা।

উত্তৰঃ

(e) Justify the inclusion of population education in high school curriculum. Discuss the proper methods of instruction in the context of adolscent group.

জনসংখ্যা শিক্ষাৰ পাঠ্যক্ৰম হাইস্কুলৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্তিকৰণ বিষয়ে মতে দৰ্শোৱা বয়সন্ধিকালৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত উপযুক্ত পদ্ধতি প্ৰয়োগৰ সপক্ষে মত দিয়া।

উত্তৰঃ

(f) Discuss the importance of population education for adolescents.

বয়সন্ধিকালৰ ল’ৰা-ছোৱালীৰ বাবে জনসংখ্যা শিক্ষাৰ গুৰুত্ব আলোচনা কৰা।

Type- Ishan Dev Bora