স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্য ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল?

উত্তৰঃ স্বদেশী আন্দোলন দমন কৰাৰ বাবে ব্রিটিছ চৰকাৰে বহুতাে চেষ্টা কৰিছিল। ইংৰাজ শাসকে জাতি, ধর্ম, ভাষা আৰু অঞ্চল আদিৰ ভিত্তিত ভাৰতীয়ৰ মাজত বিভেদ অনাৰ প্রয়াস কৰিছিল।