স্বদেশী আন্দোলনৰ তিনিটা অৱদান আলোচনা কৰা?

উত্তৰঃ স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা। (১) স্বদেশী আন্দোলনে ভাৰতবাসীৰ মনত জাতীয়তাবাদৰ ভাব জগাই তুলিছিল। (২) জনসাধাৰণে বিদেশী পণ্য বর্জন কৰিবলৈ লৈছিল ফলত স্বদেশী শিল্পই গা কৰি উঠিছিল। (৩) দেশত স্বদেশী শিক্ষা অর্থাৎ জাতীয় শিক্ষাৰ ঢৌ উঠি বহুতাে জাতীয় বিদ্যালয়, কলেজ আদি গঢ়লৈ উঠিছিল।