(৮) লোত মামৰে ধৰাৰ বাবে আৱশ্য়কীয় দুটা উপাদানৰ নাম লিখা।

উত্তৰঃ লোৰ মামৰ লগাৰ বাবে পানী আৰু অক্সিজেনৰ উপস্থিতি অত্যাৱশ্যকীয়।