উত্তৰঃ মেনক্স জাতৰ মেকুৰীৰ।
Month: May 2022
কোন জন্তুৰ ৰক্তচাপ আটাইতকৈ বেছি?
উত্তৰঃ জিৰাফৰ ৰক্তচাপ আটাইতকৈ বেছি।
দুখন ঠেঙৰ ওপৰত খোজ কঢ়া আটাইতকৈ বৃহৎ প্ৰাণীবিধৰ নাম কি?
উত্তৰঃ দুখন ঠেঙৰ ওপৰত খোজ কঢ়া আটাইতকৈ বৃহৎ প্ৰাণীবিধ হ’ল গৰিলা।
দক্ষিণ মেৰুত থকা বৃহৎ পক্ষীবিধৰ নাম কি?
উত্তৰঃ পেংগুইন। ইহঁতে উৰিব লনোৱাৰে।