কিন্বন কাক বোলে ? কেই প্ৰকাৰৰ আৰু কি কি ?

চেনি সুৰালৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াকে কিন্বন বুলি কোৱা হয় ।