পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা আত্মজীৱনীখনৰ নাম কি ?

পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ’ল – ‘মোৰ সোঁৱৰণি’ ।