অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল ?

উত্তৰঃ অসমত ১৮৬৭ চনত প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল ।