এনে এটা পৰমাণু আছে যাৰ নিউক্লিযাচত নিউট্ৰন নাই? পৰমাণুটোৰ নাম কি?

উত্তৰঃ সাধাৰণ হাইড্ৰ’জেন পৰমাণু।