কোনবিধ এছিড মিশ্ৰণে সোণক গলাব পাৰে?

উত্তৰঃ হাইড্ৰ’ক্লোৰিক এছিড আৰু নাইট্ৰিক এছিডৰ মিশ্ৰণে সোণক গলাব পাৰে।