গোহাঞিবৰুৱা অসম সাহিত্য সভা কোনখন অধিবেশনৰ সভাপতি হৈছিল ?

গোহাঞিবৰুৱা অসম সাহিত্য সভা ১৯১৭ চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঞিবৰুৱাই ।