শ্ৰীমদ্ভগৱদগীতাৰ দৰ্শন | অধ্য়ায় ২ | Lesson 2 | ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞ, পুৰুষ-প্ৰকৃতি, পুৰুষোত্তম, পৰমসত্তা আৰু জীৱাত্মা

ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞ, পুৰুষ-প্ৰকৃতি, পুৰুষোত্তম, পৰমসত্তা আৰু জীৱাত্মা 

প্ৰশ্নাৱলীঃ

Short Question 

চমু প্ৰশ্ন 

1. What is ksetra?

 ক্ষেত্ৰ কাক বোলে?

উত্তৰ

2. What is ksetrajna?

ক্ষেত্ৰজ্ঞ কাক বোলে? 

উত্তৰ

3. What are the modification of ksetra?

ক্ষেত্ৰৰ বিকাৰসমূহ কি কি? 

উত্তৰ

4. State any two modification of ksetra?

ক্ষেত্ৰৰ যিকোনো দুটা বিকাৰ উল্লেখ কৰা?

উত্তৰ 

5. According to Gita ksetrajna is ………………… (Indivifual / self / Physical body)

গীতা মতে ক্ষেত্ৰজ্ঞ হ’ল ………………. (জীৱাত্মা /ভৌতিক শৰীৰ)।

6. According to Gita ksetra is ………….. (Indivifual self / Physical body) 

গীতা মতে ক্ষেত্ৰ হ’ল ……… (জীৱাত্মা / ভৌতিক শৰীৰ)। 

7. Ksetra is also known as prakriti. Is it true? 

ক্ষেত্ৰক প্রকৃতি বুলিও জনা যায়। এইটো সত্য নে? 

উত্তৰ

8. Ksetrajna is also known as purusa. Is it true? 

ক্ষেত্ৰজ্ঞক পুৰুষ বুলিও জনা যায়। এইটো সত্য নে? 

উত্তৰ

9. According to Gita, God or Paramatma is called Kstrajna. Is it true? 

গীতা মতে ঈশ্বৰ বা পৰমাত্মাক ক্ষেত্রজ্ঞ বুলি কোৱা হয়। এইটো সত্য নে? 

উত্তৰ

10. What is purusa, according to Gita? 

গীতা মতে পুৰুষ কাক বোলে? 

উত্তৰ

11. What is prakriti, according to Gita? 

গীতা মতে প্রকৃতি কাক বোলে? 

উত্তৰ

12. What are the two forms of Brahman? 

ব্ৰহ্মৰ দুটা ৰূপ কি কি?

উত্তৰ 

13. What are the two types of prakriti? 

দুই প্ৰকাৰৰ প্রকৃতি কি কি?

উত্তৰ 

14. What is para-prakriti? 

পৰা- প্রকৃতি কাক বোলে?

উত্তৰ

15. What is apara – prakriti? 

অপৰা – প্রকৃতি কাক বোলে? 

উত্তৰ

16. According to Gita ………… is the highest prakriti. 

(para-prakriti / apara prakriti) গীতা মতে …………….. হ’ল শ্ৰেষ্ঠ প্রকৃতি। (পৰা- প্রকৃতি / অপৰা -প্রকৃতি) 

17. What are the eight fold divided prakriti? 

প্ৰকৃতিৰ অষ্টভেদসমূহ কি কি? 

উত্তৰ

18. Name the three guns of prakriti? 

প্ৰকৃতিৰ তিনিটা গুণ কি কি? 

উত্তৰ

19. What is the nature of sattva guna? 

সত্ত্বগুণৰ স্বৰূপ কি?

উত্তৰ 

20. What is the nature of raja guna? 

ৰজোগুণৰ স্বৰূপ কি? 

উত্তৰ

21. What is the nature of tama guna? 

তমোগুণৰ স্বৰূপ কি? 

উত্তৰ

22. What is the function of raja?

ৰজোগুণৰ কাৰ্য কি?

উত্তৰ

23. What is the function of tama? 

তমোগুণৰ কাৰ্য কি? 

উত্তৰ

24. What is the function of sattva? 

সত্ত্বৰ কাৰ্য কি?

উত্তৰ 

25. Who is Uttama Purusa? 

উত্তম পুৰুষ কোন? 

উত্তৰ

26. Who is called Purusottama in the Bhagavatgita? 

ভগৱদ্‌গীতাত পুৰুষোত্তম কাক কোৱা হয়? 

উত্তৰ

27. In the Bhagavatgita Sri Krihna is regarded as Purusottama. Is it true? 

ভগৱদ্‌গীতাত শ্ৰীকৃষ্ণক পুৰুষোত্তম বুলি গণ্য কৰা হয়। এইটো সত্য নে? 

উত্তৰ

28. What are the two types of purusa, according to Gita? 

গীতাৰ মতানুসাৰে দুই প্রকাৰৰ পুৰুষ কি কি? 

উত্তৰ

29. What is ksara Purusa? 

ক্ষৰ পুৰুষ কাক বোলে? 

উত্তৰ

30. What is aksara Purusa? 

অক্ষৰ পুৰুষ কাক বোলে?

উত্তৰ 

31. What is literal meaning of ‘Avatara’? 

‘অৱতাৰ’ৰ আক্ষৰিক অর্থ কি?

উত্তৰ 

32. Does Bhagavatgita believe in incarnation? 

ভগৱদ্‌গীতাত অৱতাৰবাদত বিশ্বাস কৰা হয় নে?

উত্তৰ 

33. What are the objectives of inacarnation, according to Bhagavatgita? 

শ্রীমদ্ভগৱদ্‌গীতা মতে অৱতাৰৰ উদ্দেশ্যসমূহ কি কি? 

উত্তৰ

34. Is Sri Krishna a best incarnation of God? 

শ্ৰীকৃষ্ণ ঈশ্বৰৰ সৰ্বশ্ৰেষ্ঠ অৱতাৰ হয় নে? 

উত্তৰ

35. What do you mean by avatara or incarnation? 

অৱতাৰ বুলিলে কি বুজা? 

উত্তৰ

36. Who is the perfect and paramount avatara of Bishnu? 

বিষ্ণুৰ পূৰ্ণ আৰু শ্ৰেষ্ঠ অৱতাৰ কোন?

উত্তৰ 

Broad Questions: 

ৰচনাধর্মী প্রশ্ন: 

1. Explain Gita’s concept of ksetra and ksetrajna. 

গীতাৰ ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰ

2. What is ksetra? How is it different from ksetrajna? Explain. 

ক্ষেত্র কাক বোলে? ই ক্ষেত্ৰজ্ঞৰ পৰা কেনেদৰে পৃথক? ব্যাখ্যা কৰা।

উত্তৰ

 3 . What do you mean by ksetrajna? How is it different from ksetra? Explain. 

ক্ষেত্রজ্ঞ কাক বোলে? ই ক্ষেত্ৰৰ পৰা কেনেদৰে পৃথক? ব্যাখ্যা কৰা।

উত্তৰ

 4. Explain Gita’s concept of ksetra and its modifications. 

গীতাৰ ক্ষেত্ৰ ধাৰণা আৰু ইয়াৰ বিকাৰসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰ

 5. What is prakriti? What are the eight fold divided prakriti? Explain. 

প্রকৃতি কাক বোলে? প্রকৃতিৰ অষ্টভেদসমূহ কি কি? ব্যাখ্যা কৰা ৷ 

উত্তৰ

6. Explain Gita’s concept of prakriti. 

গীতাৰ প্ৰকৃতি তত্ত্বটো ব্যাখ্যা কৰা। 

উত্তৰ

7. Explain Gita’s concept of prakriti and purusa. 

গীতাৰ প্ৰকৃতি আৰু পুৰুষৰ ধাৰণাটো ব্যাখ্যা কৰা। 

উত্তৰ

8. Who is aksara purusa? Explain Gita’s concept of Aksara. 

অক্ষৰ পুৰুষ কোন? গীতাৰ অক্ষৰৰ ধাৰণাটো ব্যাখ্যা কৰা। 

উত্তৰ

9. Distiguish between ksara and aksara. 

ক্ষৰ আৰু অক্ষৰৰ মাজত পাৰ্থক্য নির্ণয় কৰা ৷ 

উত্তৰ

10. Explain Gita’s concept of Uttama Purusa or Purusottama. 

গীতাৰ উত্তম পুৰুষ বা পৰুষোত্তমৰ ধাৰণাটো ব্যাখ্যা কৰা ৷ 

উত্তৰ

11. Explain Gita’s concept of Ultimate Reality. 

গীতাৰ পৰমসত্তাৰ ধাৰণাটো ব্যাখ্যা কৰা ৷ 

উত্তৰ

12. Explain nature of individual self or jivatma as mentioned in the Bhagavatgita. 

গীতাত উল্লেখ থকা দৰে জীৱাত্মাৰ স্বৰূপ ব্যাখ্যা কৰা ৷ 

উত্তৰ

13. How is individual self related to Ultimate Reality? Expalin after Bhagavatgita. 

জীৱাত্মা পৰমাত্মাৰ লগত কেনেদৰে সম্পর্কিত? গীতাত অনুসৰণ কৰি ব্যাখ্যা কৰা। 

উত্তৰ

14. Explain the relation between individual self and Ultimate Reality.

 জীৱাত্মা আৰু পৰমাত্মাৰ সম্বন্ধ ব্যাখ্যা কৰা ৷ 

উত্তৰ

15. Explain Gita’s theory of incarnation or avataravada. 

গীতাৰ অৱতাৰবাদৰ বিষয়ে ব্যাখ্যা কৰা ৷

উত্তৰ

Explain the significance of the following verses of Bhagavatgita.

ভাগৱদ্‌গীতাৰ তলত দিয়া শ্লোকসমূহৰ তাৎপৰ্য ব্যাখ্যা কৰা। 

1. ইদং শৰীৰং কৌন্তেয় ক্ষেত্রমিত্যভিধীয়তে।

এতদ য়ো ৱেত্তি তং প্ৰাহুঃ ক্ষেত্ৰজ্ঞ ইতি তদ্বিদঃ।। (১৩/২)

2. অপৰেয়মিতস্ত্বন্য়াং প্ৰকৃতিং বিদ্ধি মে পৰাম। 

জীৱভূতাং মহাবাহো য়য়েদেং ধাৰ্য়তে জগত।। (৭/৫)

3. য়স্মাৎ ক্ষৰমতীতোহহক্ষৰাদপি চোত্তমঃ।

অভ্যূত্থানমদৰ্মস্য় তদাত্মানং সৃজাম্যহম।।

পৰিত্ৰাণায় সাধুনাং বিনাবিনাশায় চ দুষ্কৃতাম।

ধৰ্মসংস্থাপনাৰ্থায় সম্ভৱানি যুগে যুগে।। (৪/৭-৮)

5. ন জায়তে ম্ৰিয়তে ৱা কদাচিন 

নায়ং ভূত্বা ভৱিতা ৱা ন ভূয়ঃ। 

অজো নিত্যঃ শাশ্বতোহয়ং পুৰোণো 

ন হন্যতে হন্যমানে শৰীৰে।। (২/২০)

Type: Nayan Moni Deka