হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম কি ?

উত্তৰঃ হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম হ’ল হংসবেগ।