ৰাণী মৌ-মাখি কিমান বছৰ জীয়াই থাকে আৰু এদিনত সাৰ্বধিক কিমান কণী পাৰে? Posted on 02/05/202202/05/2022 by Puspa Kakati উত্তৰঃ প্ৰায় ৩/৪ বছৰ জীয়াই থাকে আৰু আৰু এদিনত প্ৰায় ২০০০ টা কণী পাৰে। Post Views: 51