Month: May 2022

কেংগাৰু কি?

উত্তৰঃ অষ্ট্ৰেলিয়া আৰু নিউগিনিৰ এবিধ ছাগলীৰ দৰে প্ৰাণী। ইহঁতৰ আগ ঠেং দুখন অত্য়ন্ত চুটি। সেয়ে ইহঁতে জঁপিয়াই জঁপিয়াই আগবাঢ়ে। ইহঁতৰ পেটত এটা মোনা থাকে সেই মোনাতে ইহঁতে পোৱালিবোৰ লৈ ফৰে।

ওকাপি কি?

উত্তৰঃ পশ্চিম আফ্ৰিকাৰ গভীৰ অৰণ্য়ত থকা এবিধ তৃণভোজী প্ৰাণী। ইহঁতৰ ছালখন বগা আৰু ক’লা ৰঙৰ সংমিশ্ৰণ।