‘আগৰৱালা পকী’ কি ?

ইতিহাস ১৮৭৮ চনত তেওঁৰ ককাদেউতাক হৰবিলাস আগৰৱালাই নিৰ্মাণ কৰা ঘৰটোৰ নাম পূৰ্বতে আছিল ‘পকী‘। সেই সময়ত তেজপুৰত একমাত্ৰ পকী ব্যক্তিগত বাসভৱন আছিল বাবেই এই ঘৰটোক ‘পকী‘ নামেৰে জনা গৈছিল। ইয়াতে ১৯৫১ চনৰ ১৭ জানুৱাৰীত জ্যোতি প্ৰসাদ আগৰৱালাই শেষ নিশ্বাস ত্যাগ কৰিছিল।