শ্ৰীমদ্ভগৱদগীতাৰ দৰ্শন | Lesson 4 | অধ্য়ায় ৪ | স্বভাৱ, স্বকৰ্ম, স্বধৰ্ম, নিষ্কামকৰ্ম, লোকসংগ্ৰহ আৰু মোক্ষ

প্ৰশ্নাৱলী

Broad Questions / ৰচনাধৰ্মী প্ৰশ্নঃ

1. What is Svadhava?  Explain Gita’s Concept of Svabhava.

স্বভাৱ কাক বোলে? গীতাৰ স্বভাৱৰ ধাৰণাটো বাখ্যা কৰা।

2. What is Svakarma? What are the Svakarma of four Varnas? Discuss.

স্বকৰ্ম কাক বোলে? চতুৰ্বিধ বৰ্ণৰ স্বকৰ্মসমূহ কি কি? আলোচনা কৰা।

3. Explain how svabhava and svakarma are interrelated.

স্বভাৱ আৰু স্বকৰ্ম কেনেদৰে পৰস্পৰ সম্পৰ্কিত বাখ্যা কৰা।

4. What is sthitapranjna? What are the characteristics of sthitapranjna person.

স্থিতপ্ৰজ্ঞ কাক বোলে? স্থিতপ্ৰজ্ঞ ব্য়ক্তিৰ লক্ষণসমূহ কি কি?

5. Define lokasmgraha. Explain the concept of lokasmgraha in detrails.

লোকসংগ্ৰহৰ সংজ্ঞা দিয়া। লোকসংগ্ৰহৰ ধাৰণাটো বহলাই আলোচনা কৰা।

6. Critically discuss Gita’s view of niskamakarma.

গীতাৰ নিষ্কাম কৰ্মৰ বিষয়ে সমালোচনামূলক আলোচনা কৰা।

7. What is niskamakarma? Is possible?

নিষ্কাম কৰ্ম কাক বোলে? নিষ্কাম কৰ্ম সম্ভৱ নে?

8. Compare and contrast the ethics of Bhagavatgita with that of the ethics of Immanuel Kant.

ভাগৱৎগীতাৰ নীতিতত্ত্ব াৰু কান্টৰ নীতিতত্ত্বৰ তুলনা কৰা।

9. Explain Gita’s niskama karma. Is there a subtle chance os violence? Give reasons in support in your view.

গীতাৰ নিষ্কাম কৰ্মৰ বাখ্যা কৰা। নিষ্কাম কৰ্মত সূক্ষ্মভাৱে হিংসাৰ অৱকাশ আছে নে? তোমাৰ মতামতৰ সপক্ষে যুক্তি দাঙি ধৰা।

10. Is nishkamarkma possible?

নিষ্কাম কৰ্ম সম্ভৱ নে?

11. Discuss Nishkama Karma as a moral standard.

নৈতিক আদ্শ হিচাপে নিষ্কাম কৰ্মৰ বিষয়ে আলোচনা কৰা।

12. What do you mean by Nishkama karma and Sakama Karma? Is Nishkama Karma Practicable in day to day life.

নিষ্কাম কৰ্ম আৰু সকাম কৰ্ম মানে কি বুজা? দৈনন্দিন জীৱনত নিষ্কাম কৰ্ম প্ৰজোয্য হয়নে?

13. Write short notes on Svabhava.

স্বভাৱৰ ওপৰত এটা চমু টোকা লিখা।

14. Explain Gita’s concept of Svadharma.

গীতাৰ স্বধৰ্মৰ ধাৰণাটো বাখ্যা কৰা।

15. Discuss about the Svadharma of the Bhagavadgita with its ethical significance.

16. Explain Gita’s concept of Moksa.

ব্ৰাহ্মী-স্থিতি কাক বোলে?

17. What is Moksa accoding to Gita? Explain the nature of Moksa.

ব্ৰাহ্মী-স্থিতি কাক বোলে?

Write Short notes on: 

চমুটোকা লিখাঃ

1. Niskamakarma

নিষ্কামকৰ্ম 

2. Svadharma 

স্বধৰ্ম 

3. Svabhava 

স্বভাৱ 

4. Lokasangraha 

লোকসংগ্ৰহ 

5. Sthitaprajna 

স্থিতপ্ৰজ্ঞ

6. Svakarma 

স্বকৰ্ম 

7. Sakama Karma 

সকাম কৰ্ম 

Short Question:

চমু প্ৰশ্নঃ

1. What do you mean by svadharma?

স্বধৰ্ম বুলিলে কি বুজা?

2. What are the four varnas?

চাৰিবৰ্ণ কেইটা কি কি?

3. What do you mean by avakarma?

স্বকৰ্ম বুলিলে কি বুজা? 

4. What do you mean by Svabhava?

স্বভাৱ বুলিলে কি বুজা?

5. What is the svabhava of Brahmana?

ব্ৰাহ্মণৰ স্বভাৱ কি?

6. What is the svabhava of kshatriya?

ক্ষত্ৰিয়ৰ স্বভাৱ কি?

7. What is the Svabhava of Vaishya?

বৈশ্য়ৰ স্বভাৱ কি?

8. What is the svabhava of Shbhava of Shudra?

শূদ্ৰৰ স্বকৰ্ম কি?

9. What is the svakarma of Shudra? 

শূদ্ৰৰ স্বকৰ্ম কি?

10. What is the svakarma of Vaishya? 

বৈশ্যৰ স্বকৰ্ম কি?

11. What is the svakarma of Kshatriya? 

ক্ষত্ৰিয়ৰ স্বকৰ্ম কি? 

12. What is the Svakarma of Brahmana? 

ব্ৰাহ্মণৰ স্বকৰ্ম কি? 

13. What is the Svadharma of Brahmana? 

ব্ৰাহ্মণৰ স্বধর্ম কি? 

14. What is the Svadharma of Kshatriya? 

ক্ষত্ৰিয়ৰ স্বধর্ম কি? 

15. What is the Svadharma of Vaishya? 

বৈশ্যৰ স্বধর্ম কি? 

16. What is the Svadharma of Shudra? 

শূদ্ৰৰ স্বধর্ম কি? 

17. Are svabhava , svakarma and svadharma interrelated?

স্বভাৱ, স্বকৰ্ম আৰু স্বধৰ্ম পৰস্পৰ সম্পর্কিত নে?

18. What do you mean by the term ‘yogastha’? 

‘যোগস্থ’ শব্দৰ দ্বাৰা তুমি কি বুজা?

19. Define sthitaprajna. 

স্থিতপ্রজ্ঞৰ সংজ্ঞা দিয়া। 

20. What is the meaning of the term lokasamgraha’? 

‘লোকসংগ্ৰহৰ’ অর্থ কি? 

21. What is lokasamgraha? 

লোকসংগ্রহ কাক বোলে? 

22. What is niskama karma? 

নিষ্কাম কর্ম কাক বোলে? 

23. What is sakamakarma? 

সকাম কর্ম কাক বোলে? 

24. The teaching of Niskamakarma is that —– 

(i) Withdrawal from action. 

                    Or 

(ii) Indifference to result of action. 

নিষ্কাম কৰ্মৰ শিক্ষা হ’ল এয়ে যে, 

(ক) কৰ্মৰ পৰা বিৰত থকা। 

                অথবা 

(খ) কর্মফলৰ প্ৰতি উদাসীন থকা। 

25. Is Gita’s theory of niskamakarma deontological? 

গীতাৰ নিষ্কাম কর্মতত্ত্ব কর্তব্যমূলক নৈতিক মতবাদ হয় নে? 

26. “Do not perform actions with the motive of some future benefit. “It is the principle of Sakama karma/Niskama Karma. 

“ভৱিষ্যতৰ লাভৰ আশাত কোনো কর্ম নকৰিবা।” এইটো সকাম কর্ম/ নিষ্কাম কর্ম নীতি।

27. What are the three essential features of niskamakarma of Gita? 

গীতাৰ নিষ্কাম কৰ্মৰ তিনিটা আৱশ্যকীয় লক্ষণ কি কি? 

28. What is sakamakarma? 

সকমা কর্ম কাক বোলে? 

29. State any two differences between sakama karma and niskama karma. 

সকাম আৰু নিষ্কাম কৰ্মৰ মাজত থকা যিকোনো দুটা পার্থক্য উল্লেখ কৰা। 

30. State any two differences between Kant’s rationalism and niskama karma of Gita 

কান্টৰ বিচাৰবাদ নিষ্কাম কৰ্মৰ মাজত থকা যিকোনো দুটা পার্থক্য উল্লেখ কৰা। 

31. State any two similarities between Kant’s rationalism and niskama karma of Gita.

কান্টৰ বিচাৰবাদ আৰু নিষ্কাম কৰ্মৰ মাজত থকা যিকোনো দুটা সাদৃশ্য উল্লেখ কৰা। 

32. What is Brahmi – sthiti? 

ব্রাহ্মী-স্থিতি কাক বোলে? 

Explain the significance of the following verses of Gita:

শ্রীমদ্ভগৱদ্‌গীতাৰ তলত দিয়া শ্লোকসমূহৰ তাৎপর্য ব্যাখ্যা কৰাঃ

1. চতুর্ণং ময়াং সৃষ্টংগুণকর্মবিভাগশঃ। 

তস্য কৰ্তাৰমপি মাং বিদ্ধ্যকৰ্তাৰমবয়ম ।। (৪। ১৩, শ্ৰীমদ্ভগৱদ্‌গীতা)

2. ব্রাহ্মণক্ষত্রিয়াৱিশাং শূদ্ৰাণাং চ পৰন্তপ।  

কৰ্মাণি প্ৰৱিভক্তানি স্বভাৱপ্ৰভৱৈগুণৈঃ ।। (শ্ৰীমদ্ভগৱদ্গীতা, ১৮/৪১)

3. শ্রেয়ান্ স্বধর্ম বিগুণঃ পৰধৰ্মাৎ স্বনুষ্ঠিতাৎ।  

স্বধর্মে নিধনং শ্রেয়ঃ পৰধৰ্ম ভয়াৱহঃ ।। (শ্ৰীমদ্ভগৱদ্‌দ্গীতা, ৩/৩৫)

4. কৰ্মনৈৱ হি সংসিদ্ধিমাস্থিতা জনকাদয়ঃ। 

লোকসংগ্রহমেবাপি সংপশুন্য কতুমহসি ।। (শ্ৰীমদ্ভগৱদ্‌গীতা, ৩/২০) 

5. শ্ৰেয়ো হি জ্ঞানভ্যাসাজ্ জ্ঞানাদ্ধ্যানং বিশিষ্যতে। 

ধ্যানাৎ কর্মফলত্যাগস্ত্যাগাচ্ছান্তিৰণস্তম্ ।। (শ্ৰীমদ্ভগৱদ্‌গীতা, ১২/১২)

6. ময়ি সৰ্বানি কর্মাণি সন্ন্যস্যাধ্যাত্মচেতসা। 

নিৰাশীনিৰ্মৰ্মো ভূত্বা য়ুধ্যস্ব ৱিগতজ্বৰঃ ।। (শ্ৰীমদ্ভগৱদ্‌গীতা, ৩/৩০)

Type: Nayan Moni Deka