আঞ্চলিক পঞ্চায়তত ২০১১ চনৰ সংশোধনী মতে মহিলাৰ বাবে কিমান আসন সংৰক্ষণৰ ব্য়ৱস্থা আছে ?

উত্তৰঃ আঞ্চলিক পঞ্চায়তত ২০১১ চনৰ সংশোধনী মতে মহিলাৰ বাবে পঞ্চাশ শতাংশ আসন সংৰক্ষণৰ ব্য়ৱস্থা আছে ।