আমাৰ দেশ ভাৰতবৰ্ষত প্লেগ মাহমৰী হয়, সেই চনটো কি?

উত্তৰঃ আমাৰ দেশ ভাৰতবৰ্ষত প্লেগ মাহমৰী হয়, সেই চনটো হ’ল ১৮৯৬ চন।