ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰাহ্মদেশৰ মানসকলৰ মাজত কিমান চনত ইয়াণ্ডাবু চুক্তি হয়?

উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰাহ্মদেশৰ মানসকলৰ মাজত ১৮২৬ চনত ইয়াণ্ডাবু চুক্তি হয়।