উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কাক বুজোৱা হয় ?

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি গুৱাহাটী বুজোৱা হয় ।