কোনজন আহোম ৰজাৰ ভগনীয়া ৰজা নামেৰে কুখ্য়াতি আছে?

উত্তৰঃ জয়ধ্বজ সিংহ ৰজাৰ ভগনীয়া ৰজা নামেৰে কুখ্য়াতি আছে।