খ্ৰীঃপূঃ কিমান বছৰ পূৰ্বে সুমেৰিয়ান সভ্য়তাৰ উন্মেষ হয়?

উত্তৰঃ ৪০০০ বছৰ (ট্ৰাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ পাৰত)।