চুকাফাই কিমান চনত অসমত আহোম ৰাজ্য় প্ৰতিষ্ঠা কৰে?

উত্তৰঃ চুকাফাই ১২২৮ চনত অসমত আহোম ৰাজ্য় প্ৰতিষ্ঠা কৰে।