চুতামলা নামৰ আহোম ৰজাজনে সিংহাসনত উঠি কি নাম লয়?

উত্তৰঃ চুতামলা নামৰ আহোম ৰজাজনে সিংহাসনত উঠি জয়ধ্বজ সিংহ নাম লয়।