তৃতীয় মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হয়?

উত্তৰঃ তৃতীয় মোৱামৰীয়া বিদ্ৰোহ ১৭৮৬ চনত হয়।