নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল ?

উত্তৰঃ নৰনাৰায়ণ সিমহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ চুক্লেনমুং আছিল ।