পুৰন্দৰ সিংহক ইংৰাজে কিমান চনত ৰজা পাতে?

উত্তৰঃ পুৰন্দৰ সিংহক ইংৰাজে ১৮৩৩ চনত ৰজা পাতে।