বিদেশী কাব্য়ৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ বিদেশী কাব্য়ৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখনৰ নাম হৈছে ওমৰ তীৰ্থ ।