বিপন্ন প্ৰাণী কাক বোলে ?

যি বোৰ প্ৰাণীৰ সংখ্যা এটা নিৰ্দিষ্ট পৰ্যায়লৈ হ্ৰাস হৈ, বিলুপ্তিৰ পথলৈ গৈ আছে তাক বিপন্ন প্ৰজাতি বোলে ।