লক্ষীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি ?

উত্তৰঃ লক্ষীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ’ল মোৰ জীৱন সোঁৱৰণ ।